সমাগত অসম বিধান নিৰ্বাচন ৷
প্ৰতিটো ৰাজনৈতিক দলেই পূৰ্ণগতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷
ভোটাৰক আকৰ্ষণ কৰিবলৈ ন ন পদ্ধতিৰ জৰিয়তে প্ৰতিগৰাকী নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান এতিয়া তুংগত উঠিছে ৷
নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যৰে অসম ভ্ৰমণ কৰা ‘ষ্টাৰ কেম্পেইনাৰ’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ মাৰ্চত চতুৰ্থবাৰৰ বাবে অসমলৈ আহিব ৷
নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিজেপিয়ে শেহতীয়াকৈ প্ৰকাশ কৰিলে ‘ষ্টাৰ কেম্পেইনাৰ’ৰ এখন বৃহৎ তালিকা ৷
কোন কোন আছে ‘ষ্টাৰ কেম্পেইনাৰ’ৰ এই ৪০ জনীয়া তালিকাত ?
১. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
২. জে পি নাড্ডা
৩. ৰাজনাথ সিং
৪. অমিত শ্বাহ
৫. নীতিন গাডকাৰী
৬. বি. এল. সন্তোষ
৭. সৰ্বানন্দ সোণোৱাল
৮. ডঃ হিমন্ত বিশ্ব শৰ্মা
৯. ৰঞ্জিৎ কুমাৰ দাস
১০. অৰ্জুন মুণ্ডা
১১. নৰেন্দ্ৰ সিং টোমৰ
১২. স্মৃতি ইৰাণী
১৩. মুখতাৰ আব্বাছ নাকভী
১৪. ডঃ জিতেন্দ্ৰ সিং
১৫. ৰামেশ্বৰ তেলী
১৬. যোগী আদিত্যনাথ
১৭. শিৱৰাজ সিং চৌহান
১৮. এন. বিৰেন সিং
১৯. পেমা খাণ্ডু
২০. বৈজয়ন্ত জয় পাণ্ডা
২১. দিলীপ শইকীয়া
২২. পৱন শৰ্মা
২৩. অজয় জাম্বাল
২৪. চৈয়দ শ্বাহনাৱাজ হুছেইন
২৫. মনোজ তিৱাৰী
২৬. ৰবি কিষাণ
২৭. ফণীন্দ্ৰ নাথ শৰ্মা
২৮. ৰমেন ডেকা
২৯. ৰাজেন গোহাঁই
৩০. ৰাজদ্বীপ ৰয়
৩১. কৃপানাথ মাল্লাহ
৩২. হৰেণ সিং বে’
৩৩. তপন কুমাৰ গগৈ
৩৪. কামাখ্যা প্ৰসাদ তাছা
৩৫. প্ৰদান বৰুৱা
৩৬. পল্লৱ লোচন দাস
৩৭. কুইন ওজা
৩৮. ভুৱনেশ্বৰ কলিতা
৩৯. বিশ্বজিৎ দৈমাৰী
৪০. অপৰাজিতা ভূঞা