নিউজ ডেস্কঃ ভাৰতীয় জনতা পাৰ্টি, অসমৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কুইন ওজাক গুৱাহাটী, জানকী খাউণ্ডক গুৱাহাটী, বিশ্বৰূপ ভট্টাচাৰ্যক কৰিমগঞ্জ, অশ্বিনী পাইটক ধেমাজি, ৰামকৃষ্ণ ঘোষক হোজাই, প্ৰমোদ স্বামীক গুৱাহাটী, মনোজ বৰুৱাক বজালী, লক্ষ্য কোঁৱৰক তিনিচুকীয়া, ফণী পাঠকক বজালী, পবিত্ৰ মাৰ্ঘেৰিটাক তিনিচুকীয়া, সুভাষ দত্তক ডিব্ৰুগড়, হেমাংগ ঠাকুৰীয়াক দক্ষিণ গুৱাহাটী আৰু সুৰঞ্জন দত্তক যোৰহাটৰ মুখপাত্ৰৰ দায়িত্ব প্ৰদান কৰিছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট