• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বড়ো ভাষাক অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান

Manoranjan Majumder by Manoranjan Majumder
December 30, 2020
in অসম
1 min read
0
বড়ো ভাষাক অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ অসম বিধান সভাৰ অধিৱেশনত আজি  গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০। বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা স্বীকৃতি দিয়ে গৃহীত হোৱা  এই বিধেয়কখনে। বিটিআৰ চুক্তি অনুসৰি বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্য্যাদা প্ৰদানৰ প্ৰস্তাৱ আছিল। আজি গৃহীত হোৱা এই বিধেয়কৰ জৰিয়তে বড়ো ভাষাই অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে লাভ কৰিলে।উল্লেখ্য, প্ৰথমে এই বিধেয়কখনত সংশোধনীৰ প্ৰস্তাৱ আনিছিল বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। বিধায়ক পুৰকায়স্থই বড়োৰ সৈতে বাংলা ভাষাকো অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবী কৰে।

অৱশেষত সৰ্বসন্মতভাৱে গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০। বিধেয়কখনত এতিয়া  কেৱল ৰাজ্যপালৰ অনুমোদনহে বাকী আছে। ৰাজ্যপালৰ অনুমোদনৰ পিছতেই বড়ো ভাষাই অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্য্যাদা লাভ কৰিব।

 

 

 

 

Previous Post

সদনত অধ্যক্ষৰ সন্মুখত ক্ষমা বিচাৰিলে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

Next Post

লেহত মুকলি ভাৰতৰ সৰ্বোচ্চ বতৰ বিজ্ঞান কেন্দ্ৰ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
লেহত মুকলি ভাৰতৰ সৰ্বোচ্চ বতৰ বিজ্ঞান কেন্দ্ৰ

লেহত মুকলি ভাৰতৰ সৰ্বোচ্চ বতৰ বিজ্ঞান কেন্দ্ৰ

অনলাইনত উপলব্ধ হ’ব অসম ৰাজ্যিক চিৰিয়াখানাৰ টিকট

অনলাইনত উপলব্ধ হ’ব অসম ৰাজ্যিক চিৰিয়াখানাৰ টিকট

টেষ্ট ক্ৰিকেটত বিৰাট কোহলী আৰু ষ্টীভ স্মিথৰ ৰাজত্ব অন্ত পৰিল

টেষ্ট ক্ৰিকেটত বিৰাট কোহলী আৰু ষ্টীভ স্মিথৰ ৰাজত্ব অন্ত পৰিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8