• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে পুনৰ দিছপুৰ দখল কৰিব পাৰিব নে কংগ্ৰেছে?

Manoranjan Majumder by Manoranjan Majumder
February 10, 2021
in অসম, ৰাজনীতি
1 min read
0
পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে পুনৰ দিছপুৰ দখল কৰিব পাৰিব নে কংগ্ৰেছে?
Share on FacebookShare on Twitter

আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব কেইবাখনো নতুন মুখে ।

কেইবাগৰাকী জ্য়েষ্ঠ কংগ্ৰেছী নেতাৰ সন্তানে আগবঢ়াব প্ৰাৰ্থিত্ব ।

সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পূৰ্বেই ৰাজনীতিৰ পথাৰত সংস্থাপিত কৰিব বিচাৰিছে নিজ সন্তানক ।

এইবাৰ টিকটৰ দাবীদাৰ হিচাপে থিয় দিছে পৱন সিং ঘাটোৱাৰ, শৰৎ বৰকটকী, ডাঃ ভূমিধৰ বৰ্মন, অকন বৰা,পংকজ বৰা, অৰ্ধেন্দু দে’ আদি কেইবাজনো জ্য়েষ্ঠ নেতাৰ পুত্ৰই ।

ৰাজীৱ ভৱনৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, সোনাৰিত শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকী, মৰাণত পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ,

লাহোৱালত ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰ, পূব গুৱাহাটীত পংকজ বৰাৰ পুত্ৰ শান্তনু বৰা, বৰক্ষেত্ৰীত ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন,

হাজোত অকন বৰাৰ পুত্ৰ মানস বৰা, হোজাইত অৰ্ধেন্দু দে’ৰ পুত্ৰ অনিৰুদ্ধ দে’, বদৰপুৰত জামালুদ্দিন আহমেদৰ পুত্ৰ জাকাৰিয়া আহমেদ,

দক্ষিণ অভয়াপুৰীত প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ পুত্ৰ প্ৰদীপ সৰকাৰ, টিয়কত প্ৰয়াত মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী গগৈ, আমগুৰিত অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত প্ৰাৰ্থিত্বৰ দাবীদাৰ ।

সমষ্টিসমূহত দ্বিতীয় প্ৰজন্মক সংস্থাপিত কৰিবলৈ অব্যাহত ৰখা জ্যেষ্ঠ নেতাৰ প্ৰচেষ্টাই স্বাভাৱিকতেই চৰ্চা লাভ কৰিছে কংগ্ৰেছৰ ভিতৰচ’ৰাতো ।

সমষ্টিয়ে সমষ্টিয়ে ৰাইজৰ আস্থা বুটলিবলৈও আপ্ৰাণ চেষ্টা চলাইছে এইসকল যুৱ-নেতাই ।

কিন্তু নিৰ্বাচনত কেনেধৰণৰ ফলাফল দেখুৱাবলৈ সক্ষম হ’ব এইসকল প্ৰাৰ্থীয়ে সেয়াহে লক্ষণীয় বিষয় হ’ব আগন্তুক দিনত।

ইতিমধ্যেই কংগ্ৰেছৰ অৱস্থা অধিক শোচনীয়, দলৰ হেৰুৱা স্থিতি ঘূৰাই আনিবলৈ সক্ষম হ’বনে এইসকল যুৱনেতাই সেয়া এক ডাঙৰ প্ৰশ্ন ।

Tags: AssamCongressকংগ্ৰেছবিধানসভা নিৰ্বাচনৰাজনীতি
Previous Post

নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডলৈ ১০০ কোটি টকাৰ অনুদান কেন্দ্ৰীয় চৰকাৰৰ

Next Post

LPG মূল্যঃ ১ জানুৱাৰীৰ পৰা আজিপৰ্যন্ত কিমান বাঢ়িছে গেছৰ দাম? আপুনি জানেনে?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
LPG Gas

LPG মূল্যঃ ১ জানুৱাৰীৰ পৰা আজিপৰ্যন্ত কিমান বাঢ়িছে গেছৰ দাম? আপুনি জানেনে?

Chakka Bandha

এটা ভাল খবৰ! ১২ আৰু ১৩ ফেব্ৰুৱাৰীত নহয় ৪৮ ঘণ্টীয়া চকা বন্ধ

amit shah

পুনৰ এদিনীয়া  ভ্ৰমণ সূচীৰে অসমত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8