• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ৯২৫ কোটি আৱণ্টন কেন্দ্ৰৰ

Manoranjan Majumder by Manoranjan Majumder
February 9, 2021
in অসম
1 min read
0
bridge
Share on FacebookShare on Twitter

অতি শীঘ্ৰেই নিৰ্মাণ হ’ব যোৰহাট-মাজুলী সংযোগী দলং ।

কেন্দ্ৰীয় পথ-পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে ঘোষণা কৰে এই কথা ।

ৰাজ্য চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনালে কেন্দ্ৰীয় পথ পৰিৱহন মন্ত্ৰালয়ে ।

দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৱণ্টন দিছে ৯২৫ কোটি টকা ।

M/S ইউ পি ষ্টেট ব্ৰীজ ক’ৰপোৰেচন ক দিয়া হৈছে নিৰ্মাণৰ দায়িত্ব।

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই দলং খনৰ দৈৰ্ঘ হ’ব ৮ কিলোমিটাৰ আৰু ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব দলং নিৰ্মাণৰ কাম ।

কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনক লৈ উৎফুল্লিত ৰাজ্যবাসী ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আদৰণি জনাইছে কেন্দ্ৰৰ এই সিদ্ধান্তক ।

Amounting to ₹ 925 crore, the construction time of the 8 km long project is 4 years. The work has been awarded to M/s UP State Bridge Corporation Ltd.

— Chief Minister Assam (@CMOfficeAssam) February 8, 2021

photo: google

Tags: AssambridgeMajuliNitin GadkariSarbananda Sonowal
Previous Post

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি…

Next Post

কেন্দ্ৰীয় চৰকাৰৰ  নতুন নিয়ম জাৰি; অধিক জানিবলৈ ক্লিক কৰক…

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
কেন্দ্ৰীয় চৰকাৰৰ  নতুন নিয়ম জাৰি; অধিক জানিবলৈ ক্লিক কৰক…

কেন্দ্ৰীয় চৰকাৰৰ  নতুন নিয়ম জাৰি; অধিক জানিবলৈ ক্লিক কৰক…

উত্তৰাখণ্ডৰ জলপ্ৰলয়; মৃতকৰ সংখ্যা ২৬গৰাকীৰ বিপৰীতে, এতিয়াও আৱদ্ধ ৩৭গৰাকী শ্ৰমিক

উত্তৰাখণ্ডৰ জলপ্ৰলয়; মৃতকৰ সংখ্যা ২৬গৰাকীৰ বিপৰীতে, এতিয়াও আৱদ্ধ ৩৭গৰাকী শ্ৰমিক

পুনৰ কোকৰাঝাৰ আৰক্ষীৰ অবৈধ মাৰণাস্ত্ৰ  উদ্ধাৰ

পুনৰ কোকৰাঝাৰ আৰক্ষীৰ অবৈধ মাৰণাস্ত্ৰ  উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8