• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জুলাইলৈকে কাৰ্যকৰী নহয় নাগৰিকত্ব সংশোধনী আইনৰ বিধি

Manoranjan Majumder by Manoranjan Majumder
February 3, 2021
in অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
CAA
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ জুলাইলৈকে কাৰ্যকৰী নহয় নাগৰিকত্ব সংশোধনী আইনৰ বিধি ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক বিধি প্ৰস্তুতৰ ডেডলাইন সংসদীয় কমিটিৰ ।

৯ জুলাইত ডেডলাইন ৰাজ্য়সভাৰ সংসদীয় কমিটিৰ আৰু লোকসভাৰ সংসদীয় কমিটিয়ে দিলে ৯ এপ্ৰিলৰ সময়সীমা ।

নিৰ্দিষ্ট সময়ৰ ভিতৰত বিধিসমূহ প্ৰস্তুত কৰি কমিটি দুখনক জমা দিব লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ।

কমিটিয়ে অনুমোদন জনোৱাৰ পিছতহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কাৰ্যকৰী কৰিব পাৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিধি ।

২০১৯ চনৰ ১২ ডিচেম্বৰত সংশোধিত নাগৰিকত্ব আইন সম্পৰ্কীয় যাৱতীয় নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু ২০২০ চনৰ ১০ জানুৱাৰীৰ পৰা এই আইন বলৱৎ কৰা হৈছিল ।

ইয়াৰ বিধিসমূহ প্ৰস্তুত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ।

লোকসভা আৰু ৰাজ্যসভাৰ ছাবঅৰ্ডিনেট লেজিছলেচন কমিটিয়ে এই বিধি প্ৰস্তুতৰ বাবে ৯ জুলাই পৰ্যন্ত সময়সীমা আগবঢ়াইছে ।

উল্লেখ্য, যিকোনো আইনৰ সংশোধন সম্পৰ্কীয় বিধেয়ক সংসদত গৃহীত হোৱাৰ ছমাহৰ ভিতৰত সংশ্লিষ্ট মন্ত্ৰালয়ে উক্ত আইনৰ বিধি প্ৰস্তুত কৰি ইয়াক সংসদৰ ছাবঅৰ্ডিনেট লেজিছলেচন কমিটিৰ ওচৰত দাখিল কৰিব লাগে ।

কিন্তু ‘কা’ ৰ ক্ষেত্ৰত সময় উকলি গৈছিল যদিও কমিটিয়ে অতিৰিক্ত সময় প্ৰদান কৰাৰ কথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে ।

Tags: AssamCAAcitizenship amendment actনাগৰিকত্ব সংশোধনী আইনভাৰত
Previous Post

শৰীৰৰ দীৰ্ঘস্থায়ী সমস্যা সমাধানৰ এক অন্যতম উপাদান লং । জানো আহক উপকাৰিতা…

Next Post

মাজুলী, কামাখ্যালৈ ১,৩৭৫ কোটি অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মাজুলী, কামাখ্যালৈ ১,৩৭৫ কোটি অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ

মাজুলী, কামাখ্যালৈ ১,৩৭৫ কোটি অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ

প্ৰকাশ পালে চিবিএছই ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময় সূচী; এতিয়াই ক্লীক কৰক ডাউনলোড কৰিবলৈ…

প্ৰকাশ পালে চিবিএছই ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময় সূচী; এতিয়াই ক্লীক কৰক ডাউনলোড কৰিবলৈ…

himanta biswa sharma

২৯,৭০১ গৰাকী শিক্ষকে নিযুক্তি পাব ৫ ফেব্ৰুৱাৰীত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8