• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মাজুলীবাসীৰ বাবে সুখবৰ! ঘৰৰ পৰাই এপ্পৰ যোগেদি বুক কৰিব পাৰিব জাহাজৰ টিকট

নিউজ ডেস্ক by নিউজ ডেস্ক
September 15, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
মাজুলীবাসীৰ বাবে সুখবৰ! ঘৰৰ পৰাই এপ্পৰ যোগেদি বুক কৰিব পাৰিব জাহাজৰ টিকট
Share on FacebookShare on Twitter

মাজুলীবাসীৰ ৰাইজৰ বাবে সুখবৰ। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিমাতীঘাটত উপস্থিত হৈ ছেপ্তেম্বৰৰ ২১বা ২২ তাৰিখৰ ভিতৰত মাজুলীবাসীৰ বাবে এক মোবাইল এপ্পৰ মুকলি হ’ব বুলি ঘোষণা কৰে।

এই এপ্পৰ যোগেদি ঘৰৰ পৰাই লোকসকলে জাহাজৰ টিকট কৰিব পাৰিব। ফলত তেওঁলোকে টিকটৰ বাবে লাইন নাপাতিলেও হ’ব।বিগত কিছুদিন ধৰি জাহাজৰ টিকটৰ বাবে মাজুলীবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল।

অহা ১৭ ছেপ্তেম্বৰত মাজুলীত এক নতুন অত্যাধুনিক কেটামৰাণ নামৰ ৰোপেক্সৰ দৰে এখন জাহাজ গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা হ’ব।

এতিয়াৰ পৰা মাজুলীৰ পৰা বগীনদীৰ হৈ লখিমপুৰলৈ নৈশ ছুপাৰৰ ব্যৱস্থা কৰা হৈছে বুলি ঘোষণা কৰে। আগন্তুক দিনত যাত্ৰীৰ সংখ্যা বৃদ্ধি হ’লে বাছৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Tags: CM Himanta Biswa SarmaMajuli
Previous Post

মহানগৰীত মোবাইল ভেনৰ জৰিয়তে উপলব্ধ গাহৰি মাংস

Next Post

ক’লাৰ জঘন্য কাণ্ডঃ দুই ছাত্ৰীক অট’ত বহুৱাই অশ্লীল ইংগিত

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
ক’লাৰ জঘন্য কাণ্ডঃ দুই ছাত্ৰীক অট’ত বহুৱাই অশ্লীল ইংগিত

ক'লাৰ জঘন্য কাণ্ডঃ দুই ছাত্ৰীক অট'ত বহুৱাই অশ্লীল ইংগিত

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰঃ ULB ৰ দুই উগ্ৰপন্থী নিহত

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰঃ ULB ৰ দুই উগ্ৰপন্থী নিহত

খাবলৈ গৈছিল চিকেন বাৰ্গাৰ, কামোৰ মাৰোতেই পালে মানুহৰ আঙুলি

খাবলৈ গৈছিল চিকেন বাৰ্গাৰ, কামোৰ মাৰোতেই পালে মানুহৰ আঙুলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8