• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰজ্ঞান ভাৰতী আঁচনি আৰু ভাষা গৌৰৱ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in অসম
0
sarbananda sonowal
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে উদ্বোধন কৰে দুখন নতুন আঁচনি ।

কলেজ শিক্ষাৰ্থী আৰু সাহিত্যিকৰ বাবে মুকলি কৰা হৈছে আঁচনি দুখন ।

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত কলেজ শিক্ষাৰ্থীসকলে লাভ কৰিব ১৫০০ টকাকৈ ।

ৰাজ্যৰ ৩,২৬,০৪৬ গৰাকী শিক্ষাৰ্থীয়ে পাঠ্যপুথি কিনিবলৈ লাভ কৰিব এই ধনৰাশি ।

ইয়াৰ উপৰি ৪ লাখ যোগ্য শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা ।

ভাষা গৌৰৱ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ২১ খন সাহিত্য সভা (সাহিত্য়িক সংস্থা) ক তেওঁলোকৰ অনবদ্য বৰঙণিৰ বাবে প্ৰদান কৰিব ৪৩ কোটি টকা ।

এই আঁচনিৰ অধীনত ৬০০ গৰাকী লেখকে সাহিত্য কৰ্মৰ বাবে লাভ কৰিব ৫০,০০০ টকাকৈ ।

যুৱ প্ৰজন্মক শিক্ষা তথা সাহিত্য কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এই প্ৰচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে ।

নৱপ্ৰজন্মৰ সামগ্ৰীক বিকাশ তথা উত্তৰণৰ বাবে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ৰিয়াকলাপত অংশগ্ৰহণত আগ্ৰহী কৰি তুলিবলৈ শিক্ষক আৰু অভিভাৱকসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Tags: Assambhasha gourab schemeChief Ministerpragyan bharati schemeSarbananda Sonowalঅসম
Previous Post

এইবাৰ কোনো শৰ্মা, কলিতা নাথাকিব..তেওঁলোকৰ সৈতে এইবাৰ থাকিব অবৈধ বাংলাদেশীঃ লুৰীণজ্যোতি গগৈ

Next Post

প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান

প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান

road close

৬ ফেব্ৰুৱাৰীত দেশজোৰা পথ বন্ধ ঘোষণা ভাৰত কিষাণ ইউনিয়নৰ

এখন ফটো; ফটোখনে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত, কাৰণ…

এখন ফটো; ফটোখনে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত, কাৰণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8