• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত আয়োজন হ’ল ‘ টিকট টু এম বি এ’ শীৰ্ষক সমাৰোহ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 6, 2022
in অসম, News, সংবাদ
1 min read
0
গুৱাহাটীত আয়োজন হ’ল ‘ টিকট টু এম বি এ’ শীৰ্ষক সমাৰোহ
Share on FacebookShare on Twitter

বৰ্তমান সময়ত বিশ্বত ব্যৱসায়ৰ ক্ষেত্ৰত কাৰিকৰী সজুলিৰ প্ৰয়োগ তথা ইয়াৰ বিষয়ে জ্ঞান গুৰুত্বপূৰ্ণ হৈ উঠিছে ৷ ব্যৱসায়িক প্ৰক্ৰিয়া বৰ্তমান অনলাইন হৈ পৰাত বাণিজ্যিক শাখাত স্নাতক শিক্ষাৰ্থী সকলৰ বাবে ই এক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে ৷ গুৱাহাটীত বাণিজ্যিক শিক্ষাক লৈ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃহস্পতিবাৰে
মেনেজমেণ্ট কনক্লেভত ৩ শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত
দেশ-বিদেশৰ ১৮ খন শিক্ষানুষ্ঠানেৰে সম্পন্ন হয় ‘টিকট টু এম বি এ’।
শিক্ষাৰ্থী সকলে কাৰিকৰী দিশৰ ওপৰত বাণিজ্যিক শিক্ষাৰ পাঠ্যক্ৰম নিৰ্বাচন কৰিলে সফলতা লাভ কৰিব বুলি বৃহস্পতিবাৰে বাণিজ্যিক শিক্ষাৰ ওপৰত অনুষ্ঠিত শিক্ষা সমাৰোহত এইদৰে উল্লেখ কৰে আই আই এম কলিকতাৰ অধ্যাপক ডঃ জয়ৰাজ নায়াৰে ৷

উল্লেখ্য যে বাণিজ্যিক শিক্ষাৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৱৰ যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ বাবে প্ৰয়াস অক্ষুন্ন ৰাখি ৰাজ্যৰ অন্যতম ‘কেৰিয়াৰ কাউন্সিলিং গাষ্ঠেী প্ৰিমিয়াৰ ইডুই’ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত কৰে বাণিজ্যিক শিক্ষা সমাৰোহ ৷ ’
টিকট টু এম বিএ’ নামৰ উক্ত অনুষ্ঠানত অসম তথা উত্তৰ পূৱৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে আই আই এম কলকাতাৰ অধ্যাপক ডঃ জয়ৰাজ নায়াৰ, লণ্ডনৰ বুৰ্ণেল বিশ্ববিদ্যালয়ৰ মনোবৈজ্ঞানিক পৰামৰ্শদাতা লয়া আগৰৱাল, এ এল চি ইৰ প্ৰশিক্ষক তথা অধ্যাপক শংকল মূৰুলীধৰণে ৷
শিক্ষা সমাৰোহত ভাগ লৈ বুৰ্ণেল বিশ্ববিদ্যালয়ৰ অধ্যাপিকা লয়া আগৰৱালে কয় যে- ‘ক’ভিড পৰিস্থিতিয়ে শিক্ষাৰ্থীৰ মানসিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে ৷ ক’ভিডৰ বাবে পাৰিবাৰিক সমস্যা, হীনমান্যতা, হিংসা, যৌন নিৰ্যাতন আদি কাৰকে দেখা দিছে৷ নিজ মানসিকতাক শক্তিশালী কৰি এই কঠিন সময়ক চেৰ পেলালেই সফলতা নৱ প্ৰজন্মৰ হাতৰ মুঠিত৷ নতুন প্ৰজন্মৰ বহুতেই নিজৰ কেৰিয়াৰ নিৰ্বাচনত দোমোজাত পৰে।

উল্লেখ্য যে এই কেৰিয়াৰ মেলাত ইআইআই এল এম, পাৰুল বিশ্ববিদ্যালয়, আই এছ এম এচ, ইনডাছ বিজনেছ স্কুল আই আই ই বি এম, ৱেলিংকাৰ, ইনষ্টিটিউট অৱ মেনেজমেণ্ট, এটলাছ স্কিলটেক বিশ্ববিদ্যালয়, এছিয়ান বিজনেছ স্কুল, এ বি বি এছ, লেক্সিকন মাইল, আচাৰ্য ইনষ্টিটিউট, এছ আৰ এম, য়াংপ’এক্সকিউটিভ এডুকেছন, বি আই বি এছ, সাৰদা বিশ্ববিদ্যালয়, এই আই টি, ইউ পি ই এছ, অভাৰচিছ এম বি এ আদি দেশ-বিদেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানে এই মহামেলাত ভাগ লয় ৷ উক্ত মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তিনি শতাধিক শিক্ষাৰ্থীয়ে সম্পূৰ্ণ ক’ভিড বিধি অৱলম্বন কৰি অংশলৈ কেৰিয়াৰ গঢ়াৰ নতুন বাটৰ আদিপাঠ গ্ৰহণ কৰে ৷

Previous Post

গুৱাহাটী ক্ৰীড়া সন্থাৰ আন্তঃশিক্ষানুষ্ঠান আৰু মুকলি বেডমিণ্টন টুৰ্নামেণ্টৰ আয়োজন

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজি ঘোষণা হ’ব নতুন কোভিড SOP

আজি ঘোষণা হ’ব নতুন কোভিড SOP

গ্ৰন্থপ্ৰেমীৰ বাবে দুঃখবৰ : স্থগিত হ’ল বিশ্ব গ্ৰন্থমেলা

গ্ৰন্থপ্ৰেমীৰ বাবে দুঃখবৰ : স্থগিত হ’ল বিশ্ব গ্ৰন্থমেলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8