• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নতুনকৈ গঠন হ’ল কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতি

নিউজ ডেস্ক by নিউজ ডেস্ক
July 5, 2022
in অসম, গুৱাহাটী, সংবাদ
1 min read
0
নতুনকৈ গঠন হ’ল কামৰূপ মহানগৰ  জিলা পথ সুৰক্ষা সমিতি
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসৰ সভাপতিত্বত সোমবাৰে জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। যুটীয়া আৰক্ষী আয়ুক্ত হেমন্ত দাস, সহকাৰী পৰিবহন আয়ুক্ত, অসম তথা কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া গৌতম দাস, জিলা পৰিবহন বিষয়া তথা আঞ্চলিক পৰিবহন প্ৰাধিকাৰী ৰফিকুল ইছলাম, জিলা পৰিবহন বিষয়া (প্রৱর্তক) হিমাংশু দাস তথা সমিতিৰ আন আন সদস্য আৰু সংশ্লিষ্ট বিষয়া-বর্গ উপস্থিত থকা এই সভাত পথ সুৰক্ষা সমিতিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নতুনকৈ জিলা পথ সুৰক্ষা সমিতি গঠন কৰা হয়।

এই নিৰ্দেশনা অনুসৰি সমিতিত জিলা দণ্ডাধীশ অধ্যক্ষ, ৰাজ্যিক ঘাইপথ আৰু প্ৰধান জিলা পথৰ ঘাই পথ প্রশাসক সচিব হিচাপে থকাৰ বিপৰীতে উপ আৰক্ষী আয়ুক্ত / আৰক্ষী অধীক্ষক, মুখ্য স্বাস্থ্য বিষয়া, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, আঞ্চলিক কাৰ্যালয়ৰ প্ৰতিনিধি (পথ যোগাযোগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়), ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক, পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া, ৰাজ্যৰ পথ সুৰক্ষাৰ কাম কৰি অহা বে-চৰকাৰী অনুষ্ঠান, আঞ্চলিক পৰিবহন বিষয়া সদস্য হিচাপে থাকে। সভাত উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে পথ দুৰ্ঘটনাৰ কাৰণ সমূহ তথ্য সহকাৰে বিশ্লেষণ কৰে আৰু দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত পথ সুৰক্ষাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

আনহাতে, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে সভাত গুৰুতৰভাৱে পথ দুৰ্ঘটনা গ্ৰস্ত লোকক তৎক্ষণাত উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি দিয়া ব্যক্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰা সামাৰি আন পুৰস্কাৰৰ বিষয়ে আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা লোকৰ বাবে চৰকাৰৰ চলাচিয়াম সাহাৰ্যৰ বিষয়ে জনসাধাৰণৰ মাজত উপযুক্ত সজাগতা সৃষ্টিৰ বাবে সকলোকে আহ্বান জনায়।

Previous Post

ছয়মাহো নিটিকে সিন্দে চৰকাৰ! শাৰদ পাৱাৰৰ দাবী

Next Post

NCC ৰ বায়ু শাখাৰ জুনিয়ৰ কেডেটৰ উদ্যোগত বানাক্ৰান্তক সাহায্য বিতৰণ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
NCC ৰ বায়ু শাখাৰ জুনিয়ৰ কেডেটৰ উদ্যোগত বানাক্ৰান্তক সাহায্য বিতৰণ

NCC ৰ বায়ু শাখাৰ জুনিয়ৰ কেডেটৰ উদ্যোগত বানাক্ৰান্তক সাহায্য বিতৰণ

বন বিভাগ আৰু CRPF ৰ যৌথ উদ্যোগত গছপুলি ৰোপণ – বিতৰণ

বন বিভাগ আৰু CRPF ৰ যৌথ উদ্যোগত গছপুলি ৰোপণ - বিতৰণ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8