• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰ্ষৰ শেষৰ দিনটোত সুৰাপান কৰি নাভাঙিল নিচা; চিকিৎসকে জ্বলাই দিলে দোকান-ঘৰ

Manoranjan Majumder by Manoranjan Majumder
January 1, 2021
in অসম
1 min read
0
বৰ্ষৰ শেষৰ দিনটোত সুৰাপান কৰি নাভাঙিল নিচা; চিকিৎসকে জ্বলাই দিলে দোকান-ঘৰ
Share on FacebookShare on Twitter

বিলাসীপাৰাত বছৰৰ প্ৰথমটো দিনত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা।

গুণ্ডাৰূপী চিকিৎসক এজনে অগ্নি সংযোগ কৰি জ্বলাই দিলে দৰিদ্ৰ লোক এজনৰ দোকান আৰু ঘৰ |

চহৰখনৰ ৩নং ৱাৰ্ডস্থিত সিদ্ধান্ত ক্লিনিকৰ স্বত্ত্বাধিকাৰী তথা চিকিৎসক ডাঃ বি চি নাথে আজি পুৱাৰ ভাগত এক লোমহৰ্ষক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

সুৰাৰ নিচাত মাতাল হৈ চিকিৎসকজনে ৱাৰ্ডটোত থকা এজন দৰিদ্ৰ লোকৰ ঘৰত আৰু ঘৰটোৰ লগতে থকা তৰ্জাৰ বেৰৰ দোকানত অগ্নিসংযোগ কৰে।

অগ্নিসংযোগৰ ফলত দাউদাউকৈ জ্বলি উঠা জুই অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে যদিও ইতিমধ্যে দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

কেৱল এয়াই নহয় বহু সময় ধৰি চিকিৎসক নাথে এনেধৰণৰ গুণ্ডাগিৰি চলাই অহাত অতীষ্ঠ হৈ পৰিছিল একাংশ লোকে।

নৱবৰ্ষৰ প্ৰথমটো দিনত চিকিৎসকজনৰ এনে কৰ্মকাণ্ডত জাঙুৰ খাই উঠে একাংশ লোক।

চিকিৎসকজনৰ কাৰ্যত ক্ষুদ্ধ হৈ পৰা লোক একাংশই প্ৰত্যাক্ৰমণ চলাই চিকিৎসকজনৰ বাসগৃহত।

চিকিৎসকজনৰ ঘৰৰ চৌহদ আৰু দেৱালৰ লগতে বাহনটো চলাই আক্ৰমণ।

ফলত সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হয় সকলো।

ক্ষোভিত হৈ পৰা স্থানীয় ৰাইজৰ দাবী ২৪ ঘণ্টাৰ ভিতৰত চিকিৎসক নাথক গ্ৰেপ্তাৰ কৰিব লাগে।

ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

Photo: Headline8

Tags: AssamBilasiparaঅসমবিলাসীপাৰা
Previous Post

দৰিদ্ৰলৈ সুলভ মূল্যৰ ঘৰ উপহাৰ; মোদীয়ে ক’লে- আগতে টকা দিলেও পোৱা নাছিল ঘৰ

Next Post

নৱবৰ্ষৰ আৰম্ভণিতে  ফাইজাৰ ভেকচিনে হৰুৱালে ক’ৰোনাক

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
corona vaccine

নৱবৰ্ষৰ আৰম্ভণিতে  ফাইজাৰ ভেকচিনে হৰুৱালে ক’ৰোনাক

দিন বেয়া! ভুলতে আৰক্ষীৰ পেট্ৰ'লিং গাড়ীত ছিগনেল মাৰি জালত পৰিল মহিলাবেশী ২ ডকাইত

ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ তাৰিখ

ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ তাৰিখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8