• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বছৰৰ শেষৰ দিনটো কেনেদৰে পাৰ কৰিব আপুনি? নিশা ঘৰতে থাকিবনে? পৰিয়ালক কি ৰান্ধি খুৱাম বুলি ভাবিছে?

কোমোৰাৰ সৈতে হাঁহৰ মাংস

Leena Gogoi by Leena Gogoi
December 31, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল, খাদ্যাভাস, গুৱাহাটী
1 min read
0
বছৰৰ শেষৰ দিনটো কেনেদৰে পাৰ কৰিব আপুনি? নিশা ঘৰতে থাকিবনে? পৰিয়ালক কি ৰান্ধি খুৱাম বুলি ভাবিছে?
Share on FacebookShare on Twitter

আহক, সহজলভ্য উপকৰণেৰে সাধাৰণভাৱে ঘৰতে ৰান্ধি পৰিয়ালৰ লগত বছৰৰ অন্তিম দিনটো উপভোগ কৰো

কোমোৰাৰ সৈতে হাঁহৰ মাংস

হাঁহ- এটা
জহা কোমোৰা- সৰু এটা
আলু- মজলীয়া আকাৰৰ দুটা
পিয়াজ- মজলীয়া ৪-৫ টা
নিমখ- সোৱাদ অনুযায়ী
হালধি- সৰু চামুচেৰে এচামুচ
জিৰা গুৰি- সোৱাদ অনুযায়ী
জলকীয়া গুৰি- সোৱাদ অনুযায়ী
ধনিয়া গুৰি- সোৱাদ অনুযায়ী
গৰম মচলা- সোৱাদ অনুযায়ী
আদা-নহৰু পেষ্ট- ৩ চামুচ
তেজপাত- দুখিলা
তেল- ৪ টেবল চামুচ
জিৰা ধনিয়া গৰম মচলা সকলো গোটাই লৈ তাৱাত ভাজি পিচি লব।
ৰন্ধনপ্ৰণালী
প্রথমে কেৰাহিত তেল গৰম কৰি আলু ২ টা ৪ফাল কৰি ভাজি লব। ৰঙচুৱা হলেই কাঢ়ি সেই তেলতেই তেজপাত আৰু গোটা গৰম মচলা খিনি দি হাঁহৰ মাংস খিনি দি ভাজিব। ভালদৰে ভজাৰ পাছত পিয়াজখিনি দি অলপ লৰাই থাকিব। তাৰপাছত নিমখ, হালধি, জিৰা, জলকীয়া, ধনিয়া, গৰম মচলা মিক্স কৰি মাংসখিনিত দিব, লগতে দুটা কেঁচা জলকীয়াও ফালি দিব পাৰে। যেতিয়া পিয়াজ আৰু মচলা খিনি থুপথুপীয়া হ’ব আৰু তেল এৰিব তেতিয়া জহা কোমোৰা খিনি দিব। অলপ সময় ভজাৰ পাছত পানী দি উতলাই ঢাকোন দি অলপ সময় ৰাখিব। ইয়াৰ পিছত ভাজি থোৱা আলু খিনি দি অলপ লৰাই দিব। সকলোবোৰ সিজিলে আৰু পানী কমি আহিলেই গেছ অফ কৰি দিব। শেষত মান ধনিয়া ওপৰত দি গৰমে গৰমে পৰিবেশন কৰিব।

 

Previous Post

বছৰৰ শেষৰখন সংবাদমেলত কি কলে স্বাস্থ্যমন্ত্রীয়ে…

Next Post

নিবনুৱালৈ ভাল খবৰঃ আবেদন বিচৰা হৈছে PNRDত

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
নিবনুৱালৈ ভাল খবৰঃ আবেদন বিচৰা হৈছে PNRDত

নিবনুৱালৈ ভাল খবৰঃ আবেদন বিচৰা হৈছে PNRDত

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

সময়মতেই অনুষ্ঠিত হ’ব নিৰ্বাচন : পালন কৰা হ’ব সকলো কোভিড বিধি

সময়মতেই অনুষ্ঠিত হ’ব নিৰ্বাচন : পালন কৰা হ’ব সকলো কোভিড বিধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8