• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দুৰ্গতিনাশিনী দেৱী দূৰ্গাৰ পূজা আজিৰে পৰা আৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 1, 2022
in অসম, সংবাদ
1 min read
0
দুৰ্গতিনাশিনী দেৱী দূৰ্গাৰ পূজা আজিৰে পৰা আৰম্ভ
Share on FacebookShare on Twitter

আজি ষষ্ঠী, দুৰ্গতিনাশিনী দেৱী দুৰ্গা মৰ্ত্যলৈ অহাৰ ৬ দিন সম্পূৰ্ণ হোৱাৰ লগে লগেই দেশজুৰি আৰম্ভ হ’ল দুৰ্গা পূজা। দেশৰ বিভিন্ন প্ৰান্তত বিগত কেইটামান সপ্তাহ ধৰি চলা প্ৰস্তুতিৰ অন্তত ভক্তগণক আদৰিবলৈ সাজু হ’ল উপাসনাস্থলী সমূহ। দেশৰ আন ঠাইৰ লগতে অসমতো আৰম্ভ হল ষষ্ঠীৰ ব্যাপক প্ৰস্তুতি। গুৱাহাটী মহানগৰীৰো চানমাৰী, জোনালী, গীতানগৰৰ দুৰ্গা মন্দিৰত পুৱাৰে পৰা পৰিলক্ষিত হ’ল ভক্তপ্ৰাণ ৰাইজৰ বৃহৎ সমাগম। 

জনশ্ৰুতি অনুসৰি, দুৰ্গা দেৱীৰ ধৰালৈ এই আগমনৰ কাৰণ আছিল মৰ্ত্যত দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই অহা মহিশাসুৰ। কঠোৰ তপস্যাৰ অন্তত কোনো পুৰুষৰ হাতত মৃত্যু বৰণ নকৰাৰ বৰ লাভ কৰিছিল মহিশাসুৰে। তাৰ পাছত সকলো দেৱতাৰ শক্তিৰ ফলত সৃষ্টি হৈছিল মহিশাসুৰ মৰ্দিনী দুৰ্গা দেৱীৰ। পুৰুষে নিধন কৰিব নোৱাৰা বৰ লাভ কৰাৰ পাছত মহিশাসুৰৰ মৃত্যু হৈছিল এগৰাকী নাৰীৰ হাতত। আনন্দ উলাহৰ মাজেৰে এইবেলি পূজা সম্পন্ন হ’ব বুলি আশা কৰিছে ভক্তগণে।

Previous Post

মীৰা বাই চানুৱে আকৌ জিনিলে স্বৰ্ণ

Next Post

চিলাপথাৰত ভয়ানক অগ্নিকাণ্ড

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

চিলাপথাৰত ভয়ানক অগ্নিকাণ্ড

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ

আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8