• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শিক্ষকক স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 7, 2022
in অসম, ৰাজনীতি, শিক্ষা
1 min read
0
শিক্ষকক স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ
Share on FacebookShare on Twitter

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি বঙাইগাঁৱত শিক্ষা বিভাগৰ মাণ্ডলিক সন্মিলনত অংশ লৈ শিক্ষকতাৰ লগত জড়িত ব্যক্তিক স্ব-ইচ্ছাই সাংবাদিকতা নতুবা আন বৃত্তি ত্যাগ কৰাৰ আহ্বান জনায় ৷ তেওঁ কয় যে, শিক্ষক-শিক্ষয়িত্ৰীসকলে সাংবাদিকতা নতুবা আন বৃত্তিত জড়িত থকাৰ বাবে নিলম্বনেই ইয়াৰ বাবে সমাধান নহয় ৷ স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰি সকলোৱে শিক্ষকতাত মনোনিৱেশ কৰা উচিত।

আনহাতে পৰিয়ালৰ সদস্যৰ নামতো যদি একাংশই সাংবাদিকতা কৰি থকাৰ অভিযোগ পালেও চৰকাৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে, ছাত্ৰ-ছাত্ৰী অনুপাতে বেছি শিক্ষক থকা বিদ্যালয়সমূহৰ পৰা কম শিক্ষক থকা বিদ্যালয়লৈ শীঘ্ৰে বদলিকৰণ আৰম্ভ কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে জানিবলৈ দিয়ে ৷ বিদ্যালয়সমূহত স্থায়ী শিক্ষক -শিক্ষয়িত্ৰীৰ পদ সৃষ্টিৰ বাবেও চিন্ত চৰ্চা কৰি থকা বুলি মন্ত্ৰীজনে জনাইছে ৷

Previous Post

অসমৰ বানাক্ৰান্তৰ বাবে কেন্দ্ৰই মোকলাই দিলে ৩২৪.৪০ কোটি টকা!

Next Post

কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ বৰিছ জনছনৰ!

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
Next Post
কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ বৰিছ জনছনৰ!

কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ বৰিছ জনছনৰ!

বন বিভাগৰ কেজুৱেল শ্ৰমিকক শীঘ্ৰে ফিক্সড পে সহ নিযুক্তি আৰম্ভ কৰাৰ দাবী

বন বিভাগৰ কেজুৱেল শ্ৰমিকক শীঘ্ৰে ফিক্সড পে সহ নিযুক্তি আৰম্ভ কৰাৰ দাবী

ব্ৰেজাৰ নতুন মডেল মুকলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ!

ব্ৰেজাৰ নতুন মডেল মুকলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8