• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ঈদৰ SOP! আইন মানি সকলোকে পৰম্পৰা ৰক্ষা কৰাৰ আহ্বান ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 9, 2022
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
ঈদৰ SOP! আইন মানি সকলোকে পৰম্পৰা ৰক্ষা কৰাৰ আহ্বান ৰাজ্য চৰকাৰৰ
Share on FacebookShare on Twitter

ঈদ উপলক্ষে এইবাৰ SOP জাৰি কৰিলে অসম চৰকাৰে। কোৰবানি বিতৰ্কৰ মাজতেই নতুন SOP জাৰি কৰিছে গৃহ বিভাগে। SOP অনুসৰি ঈদত কি কি কৰিব পাৰিব বা কি কি কৰিব নোৱাৰিব জানো আহক।

  • গৰু বা অন্য জন্তু কোৰবানি দিয়াক লৈ বিশেষ নিৰ্দেশনা। গৰু, উট আদিৰ হত্যা অবৈধ বুলি সদৰী কৰা হৈছে নিৰ্দেশনাটোত।
  • কোৰবানি বিতৰ্কৰ মাজতে ৰাজ্য চৰকাৰে ১০ জুলাই, ২০২২ তাৰিখে ‘বকৰি ঈদ’ উপলক্ষে গৰু, উট আৰু অন্যান্য জন্তুৰ অবৈধ হত্যা প্ৰতিহত কৰাৰ বাবে এই নিৰ্দেশনা জাৰী কৰা হৈছে।
  • গৃহ বিভাগে দিয়া নিৰ্দেশনা অনুসৰি অবৈধ হত্যা আৰু কোৰবানি নিষিদ্ধ কৰা হৈছে। আইন মানি সকলোকে নিজৰ নিজৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে।
  • সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ গৃহ বিভাগে দিয়া নিৰ্দেশনা অনুসৰি ঈদৰ দিনা জীৱ-জন্তু সৰবৰাহ আইন মানি চলিব লাগিব। পশু নিয়ম পৰিবহণ উলংঘনৰ বাবে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈয়ো নিৰ্দেশ দিছে গৃহ বিভাগে।

এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয় যে, এয়া কোনো ধৰণৰ বিতৰ্কিত বিষয় নহয়। আইন মতে যি আগতে ব্যৱস্থা আছে সেয়াই হ’ব। যি সমূহ বৈধ তেওঁলোকৰ অনুজ্ঞা পত্ৰ আছেই। শান্তিপূৰ্ণভাৱে, আনন্দৰ মাজেৰে আৰু আইন ৰক্ষা কৰি ঈদ-উজ-জোহা উদযাপন কৰাটো কামনা কৰিছে ৰাজ্য-প্ৰশাসনে।

Previous Post

অৱশেষত জামিন লাভ কৰিলে বিতৰ্কিত আৰক্ষী বিষয়া জোনমনিয়ে!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ উন্মোচন
সংবাদ

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ উন্মোচন

December 8, 2023
ডালমিয়া ভাৰত ফাউণ্ডেচনে অসমৰ লংকাত দীক্ষা প্ৰশিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰে এক সামৰণি অনুষ্ঠান
সংবাদ

ডালমিয়া ভাৰত ফাউণ্ডেচনে অসমৰ লংকাত দীক্ষা প্ৰশিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰে এক সামৰণি অনুষ্ঠান

December 8, 2023
গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন
ক্ৰাইম

গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন

December 8, 2023
চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
সংবাদ

APSC কেলেংকাৰীঃ পুনৰ ২ ৰাজপত্ৰিত বিষয়াক SITৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ

December 7, 2023
বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰাটো সুনিশ্চিত কৰিছে
সংবাদ

বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰাটো সুনিশ্চিত কৰিছে

December 6, 2023
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বিজ্ঞাপনৰ নামত ২০২১-২২ বৰ্ষত অসম চৰকাৰৰ খৰচ ৬৮ কোটি টকা!

বিজ্ঞাপনৰ নামত ২০২১-২২ বৰ্ষত অসম চৰকাৰৰ খৰচ ৬৮ কোটি টকা!

মহিলা কর্মী সকলেই অগপ দলৰ মূল চালিকা শক্তিঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

মহিলা কর্মী সকলেই অগপ দলৰ মূল চালিকা শক্তিঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8