নিউজ ডেস্কঃ অসম সন্তান ৰঞ্জন গগৈলৈ চৰকাৰে মোতায়ন কৰিলে Z+ নিৰাপত্তা সেৱা ৷
সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সমগ্ৰ দেশতে এতিয়াৰে পৰা চিআৰপিএফ-এ আগবঢ়াব নিৰাপত্তা সেৱা ৷
উল্লেখযোগ্য যে অযোধ্যা গোচৰৰ ঐতিহাসিক ৰায়দান কৰিছিল ৰঞ্জন গগৈয়ে।
সম্প্ৰতি ৬৬ বছৰীয়া ৰঞ্জন গগৈ ৰাজ্যসভাৰ এগৰাকী মনোনীত সাংসদ ।