নিউজ ডেস্কঃ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ বৰপুত্ৰ অমিতৰাজ দৈমাৰী সন্ধানহীন অৱস্থাত আছে।
মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে অমিতৰাজ দৈমাৰী ৷
কোকৰাঝাৰৰ ৰিয়েলিটি পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল অমিত ৰাজ দৈমাৰী ।
ৰিয়েলিটি পাব্লিক স্কুলৰ পৰাই সন্ধানহীন হৈ আছে দৈমাৰীৰ পুত্ৰ ৷
পুৱাৰ ভাগত পুত্ৰৰ সৈতে কথা হৈছিল বিশ্বজিৎ দৈমাৰীৰ আৰু দিনৰ ১ মান বজাৰ পৰা সন্ধানহীন হৈ আছে অমিতৰাজ দৈমাৰী ৷
ৰিয়েলিটি পাব্লিক স্কুলৰ হোষ্টেলত থাকি পঢ়া-শুনা কৰিছিল অমিতৰাজ দৈমাৰীয়ে ।