• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT

নিউজ ডেস্ক by নিউজ ডেস্ক
December 22, 2022
in অসম, উত্তৰ পূৰ্বাঞ্চল, শিক্ষা
1 min read
0
উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT
Share on FacebookShare on Twitter

GNIOT, দিল্লী- NCR শিক্ষাখণ্ডত ইনস্টিটিউট অৱ মেনেজমেন্ট, ইন্জিনিয়াৰিং আৰু টেকনলজিৰ এক পৰিচিত নাম, যিয়ে শিক্ষায়তনিক পৰিসেৱা আৰু নিয়োগৰ ক্ষেত্রত অধিক গুৰুত্ব আৰোপ কৰিবৰ বাবে এক সংবাদমেলৰ আয়োজন কৰিছে। সম্প্রতি শিক্ষা প্রতিষ্ঠানটোত অধ্যয়নৰত শিক্ষাৰ্থীসকলে যাতে তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ বিষয়ে আদ্যোপান্ত বক্তব্য ৰাখিব পাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে প্ৰতিষ্ঠানটোৱে এখন বিশেষ সংবাদমেলৰ আয়োজন কৰিছে। মেধাবী শিক্ষার্থীসকলৰ আৰ্থিক অনাটনৰ দিশটোৰ সমাধানৰ অৰ্থে শৈক্ষিক প্ৰতিষ্ঠানটোৱে বিগত বৰ্ষত ১২ কোটি টকাৰ শিক্ষাবৃত্তিৰ বিশেষ ঘোষণা কৰিছিল। তাৰ সুবাদতেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৭৭ গৰাকীতকৈয়ো অধিক শিক্ষার্থীয়ে নামভৰ্তি কৰিছিল এইখিনিতে অৱগত কৰিবলৈ বিচাৰো যে নিম্নলিখিত বিষয়বোৰৰ অধ্যয়নৰ বাবে প্ৰতিষ্ঠানটোৱে সেৱা আগবঢ়োৱা হয়:- PGDM, MBA, MCA, B. Tech, M. Tech, BBA, BCA, B. Com,B.Com(Hon’s), B. Sc(Computer Science) আৰু B. Sc(Nursing).
প্ৰনিধানযোগ্য যে B. Tech বিষয়ত নামভৰ্তিৰ বাবে শিক্ষা শিক্ষার্থীসকলৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰ আৰু JEE-Mains আনহাতে PGDM আৰু MBA বিষয়ত নামভৰ্তিৰ বাবে স্নাতক পৰীক্ষাৰ নম্বৰ তালিকাৰ লগতে CAT, MAT, JAT, GAT ইত্যাদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাবোৰৰ নম্বৰৰ ওপৰত ভিত্তি কৰা হয়।
লক্ষনীয় এই যে শৈক্ষিক প্ৰতিষ্ঠানটোৱে PGDM শিক্ষা বিষয়টো তেওঁলোকৰ শীর্ষ বিষয় হিচাপে গণ্য কৰে। উদ্যোগিক পৰিভাষাত PGDM নামটোৱেই নিজৰ পৰিচিতি।উদ্যোগীকৰনৰ দিশটোৰ লগত সংগতি ৰাখি নামাকৰণো PGDM 4.0 কৰা হৈছে। ইয়াত দহটাতকৈয়ো অধিক কৌশলী শৈলী প্ৰমাণীকৰণ, উন্নত মানদণ্ডৰ শৈক্ষিক বিষয়, চাণক্য টক চিৰিজ, প্ৰবোধন টক চিৰিজ, সামৰিক লিডাৰশ্বিপ টকচ ইত্যাদি বিষয় সন্নিবিষ্ট হৈছে। বৰ্তমান সময়ৰ প্ৰয়োজন অনুযায়ী এই বিষয়বোৰে নৱ প্ৰজন্মক এগৰাকী সফল উদ্যোগী হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিষ্ঠানটোৰ সৈতে সংপৃক্ত অটল ইনকোৱেচন চেন্টাৰ, বিমটেকৰ লগত জড়িত হৈ ভাৰত চৰকাৰৰ নীতি আয়োগৰ পৰাও স্বীকৃতি পাব পাৰে।
এই শৈক্ষিক প্ৰতিষ্ঠানটো ইণ্ডোনেছিয়াৰ AIBPM নামৰ প্ৰতিষ্ঠানটোৰ সৈতে সংঘবদ্ধ হৈ আছে, যাতে বিশ্বায়নৰ যোগেদি অধ্যয়নৰত শিক্ষার্থী পৰিচালক সকলক গোলকীকৰণৰ সমস্ত শৈলীৰে শিক্ষা প্ৰদান কৰিব পাৰে। ইণ্ডোনেছিয়াৰ “নোচান্ট প্ৰজেক্ট” নামে প্ৰতিষ্ঠানটোৱে শিক্ষার্থীসকললৈ বিশ্বৰ বিভিন্ন দেশৰ নানা চহৰৰ ছাত্র-ছাত্ৰীৰ লগত ভিন্ন সংস্কৃতিৰ সৈতে সুপৰিচিত হ’বলৈ সুবিধা প্রদান কৰে।

চলিত বৰ্ষৰ প্ৰাৰম্ভণীতে লণ্ডনৰ Higher Learning Accreditation Consultant and Training চমুকৈ HLACT এ এই শৈক্ষিক প্ৰতিষ্ঠানটোলৈ উন্নত মানদণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে সদস্য পদৰ স্বীকৃতি প্রদান কৰিছে।উত্তৰ ভাৰতবৰ্ষৰ পৰা উক্ত প্ৰতিষ্ঠানটোৰ পৰা স্বীকৃতি লাভ কৰা এইটোৱেই প্ৰথমটো শৈক্ষিক প্ৰতিষ্ঠান।উল্লেখ্য যে এই স্বীকৃতিপত্রৰ জৰিয়তে আমাৰ প্ৰতিষ্ঠানটোৱে অনাগত সময়ত বিশ্বৰ যি কোনো বিদেশী উদ্যোক্তাৰ সৈতে সংযোগ স্থাপন কৰি বিশ্বায়নৰ গোলকীয়তাৰে খোজ পেলাব পাৰিব।
শেহতীয়াকৈ আমাৰ শৈক্ষিক প্ৰতিষ্ঠানটো MOU ৰ লগতে ইউনাইটেড স্টেট আৰু লুচিয়ানা স্টেট ইউনিভাৰ্চিটিৰ লগতো সহমতৰ এখন বিশেষ পত্রত স্বাক্ষৰ কৰিছে, সেই আপাহতে উক্ত সহমতৰ স্বাক্ষৰে আমাৰ প্ৰতিষ্ঠানটোক তলত উল্লেখিত সুবিধাসমূহ প্রদান কৰিব। সেয়া হ’ল:-
১) আমাৰ শিক্ষার্থীসকললৈ আন্তর্জাতিকভাবে কাম কৰাৰ অনুমতি প্রদান।
২) যৌথ গৱেষণা প্রকল্পৰ সুযোগ।
৩)আমাৰ শিক্ষার্থীসকললৈ ইউনাইটেড স্টেট ইউনিভাৰ্চিটিত অধ্যয়নৰ সুযোগ।
৪) অধ্যাপকসকলক বিদেশৰ বিশ্ববিদ্যালয়ত অধ্যাপনাৰ সুযোগ প্ৰদান।
৫) সক্রিয়তাৰে বিশ্বমানসম্পন্ন স্থিতিৰ মূল্যায়নৰ অধ্যয়নৰ সুযোগ।
৬) ধনৰ আদান-প্রদানৰ সুবিধা প্ৰদান।
GNIOT শৈক্ষিক প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰধান ড০ সঞ্জীৱ চতুৰ্বেদীয়ে মতপ্রকাশ কৰে যে, “প্ৰতিস্থাকালৰ পিছৰে পৰাই শিক্ষাৰ জৰিয়তে নিয়োগৰ সমুচিত ক্ষেত্র তৈয়াৰ কৰাৰ বাবে আমাৰ শৈক্ষিক প্ৰতিষ্ঠানটো “হ’লমাৰ্ক”ৰ লেখিয়াকৈ বিশ্বাসৰ অন্য নাম”। ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষাখণ্ডৰ এই যুগসন্ধিৰ কালছোৱাত ২০১৯ চনৰ পৰা মূলত কেৰিকুলাম সৰ্বস্ব শৈক্ষিক প্ৰতিষ্ঠানবোৰেহে দীর্ঘকালীন ভাৱে শিক্ষা প্ৰদানৰ যোগ্যতা থাকিব। মূলত 4.0 সংলগ্ন PGDM ৰ উদ্যোগীকৰনৰ বিষয়ত অধিক জোৰ দি ড০ চতুৰ্বেদীয়ে কয়,যেতিয়া শিক্ষাৰ্থীসকলক নিশ্চিত ভাৱে উপযোগী কলাকৌশলৰ লগে লগে সময়োপযোগী উন্নত প্ৰশিক্ষণ আৰু সঠিক সুবিধা প্ৰদান কৰিব পাৰিব তেতিয়াই এটা শৈক্ষিক প্ৰতিষ্ঠান উজ্জ্বলি উঠে। অতি সম্প্রতি নৱনিযুক্ত পৰিচালক সকলক উদ্যোক্তাসকলে অভিজ্ঞতাপুস্ট হিচাপে বিচাৰে। গতিকে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমাৰ প্ৰতিষ্ঠানটোৱে উদ্যোগীক প্ৰশিক্ষণ আৰু প্ৰজেক্টবোৰ হাতে-কামে কৰাটো বাধ্যতামূলক কৰিছে। ড০ চতুৰ্বেদীয়ে কয়, এতিয়ালৈকে মকৰলৰ ক্ষেত্রখনত 475 টো কোম্পানিত আমাৰ শিক্ষার্থী কৰ্মৰত হৈছে। তাৰোপৰি পূর্বৰ বছৰেকীয়া বেতনৰ হাৰ আছিল 6.50লাখ টকা, কিন্তু বৰ্তমান বছৰেকীয়া বেতনৰ হাৰ 70 লাখ টকাৰে উচ্চহাৰত দিয়া হয়।
শৈক্ষিক প্ৰতিষ্ঠানটোৰ চি.ই.ও স্বদেশ সিংহই কয়, উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষার্থীসকলক প্ৰতিষ্ঠানটোৱে প্ৰাধান্য দিয়ে এইবাবেই যে স্বভাবগত ভাবে তেওঁলোক মেধাসম্পন্ন। উন্নত মানদণ্ডৰ শৈক্ষিক পৰিবেশ সৃষ্টি কৰাৰ বাবে প্ৰতিষ্ঠানটোৱে শিক্ষার্থীসকললৈ পুথিভঁৰাল, কম্পিউটাৰ লেৱ, লেবৰেটৰীৰ আৰু অভিজ্ঞতাপুস্ট অধ্যাপক নিয়োজিত কৰি সৰ্বতো প্ৰকাৰ সুবিধা প্ৰদান কৰিছে।

Previous Post

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ উমশ্ৰু চোৰাং গৰু, বাহন জব্দ

Next Post

অৰুণাচলৰ টিৰাপত আলফা (স্বাঃ)ৰ কেডাৰ গ্ৰেপ্তাৰ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
অবৈধ ভাৱে বাহনৰ পৰা ধন দাবী কৰি মহানগৰীত আটক এজন!

অৰুণাচলৰ টিৰাপত আলফা (স্বাঃ)ৰ কেডাৰ গ্ৰেপ্তাৰ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

ক’ভিডৰ নোজেল ভেকচিনলৈ কেন্দ্ৰই দিলে অনুমতি!

ক’ভিডৰ নোজেল ভেকচিনলৈ কেন্দ্ৰই দিলে অনুমতি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8