• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ টোপ; নিদিলে মাটি, নিদিলে সংস্থাপন; দিলে মাথো…

Manoranjan Majumder by Manoranjan Majumder
January 30, 2021
in অসম
1 min read
0
নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ টোপ; নিদিলে মাটি, নিদিলে সংস্থাপন; দিলে মাথো…
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ লাইকা-দধিয়াৰ জনজাতি ৰাইজে নিজৰ ভূমি আৰু সংস্থাপনৰ বাবে এমাহতকৈ বেছি সময় ধৰি অব্যাহত থকা প্ৰতিবাদৰ সমাধান বৰ্তমানেও ওলোৱা নাই কিন্তু তাৰ মাজতে বিজেপিয়ে দিলে নিৰ্বাচনী টোপ।

নিদিলে মাটি, নিদিলে সংস্থাপন; দিলে মাথো ভূমিহীন পৰিয়ালক ১ লাখ টকাকৈ।

শনিবাৰে লাইকা দধিয়াৰ ১৩০০ ভূমিহীন পৰিয়ালৰ বাবে ১ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মৰিগাঁৱৰ নেলীত অনুষ্ঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লাইকা-দধিয়াত বান বিধ্বস্ত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰটো আমি পদক্ষেপ গ্ৰহণৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

অস্থায়ীভাৱে ঘৰ নিৰ্মাণ বা আন যি প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য কৰি ১ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Our Govt has taken measures for permanent rehabilitation of the indigenous people of Laika – Dodhia. Around 1,300 affected families will be provided Rs 1 lakh each by the Govt, the CM announced. pic.twitter.com/ZPJ0DlGgze

— Chief Minister Assam (@CMOfficeAssam) January 30, 2021

১৩০০ লোকৰ বাবে ১৩ কোটি টকা ব্যয় কৰিম বুলিও ঘোষণা কৰে।

কিন্তু উল্লেখযোগ্য কথাটো হ’ল যে ভূমিহীন পৰিয়ালক মাটি প্ৰদান নকৰি, সংস্থাপন প্ৰদান নকৰি কিয় অস্থায়ী সমাধানেৰে ভুক্তভোগী লোকসকলক টোপ দিলে চৰকাৰে।

লগতে গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ২০১৭তে জনশিমলুবাসীক উচ্ছেদ কৰাসকল এতিয়া ক’ত গ’ল?

কিয় এতিয়াও তেওঁলোকক প্ৰদান কৰা হোৱা নাই ভূমি। চৰকাৰৰ বাবে পাহৰণিৰ গৰ্ভত উচ্ছেদিত লোকসকল।

Photo: Twitter

Tags: AssamBJPLaika Dadhiaঅসমবিজেপিলাইকা-দধিয়া
Previous Post

BREAKING : হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত আহত মহিলা

Next Post

তেলৰ ভাণ্ডাৰত লাগিল জুই; এই ঘটনা ছয়গাঁৱৰ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
তেলৰ ভাণ্ডাৰত লাগিল জুই; এই ঘটনা ছয়গাঁৱৰ

তেলৰ ভাণ্ডাৰত লাগিল জুই; এই ঘটনা ছয়গাঁৱৰ

১০ বছৰ মাতৃৰ মৃতদেহ ৰাখিছিল ফ্ৰীজত; যেতিয়া ৰহস্য ফাদিল হয়…তেতিয়া ওলাল?

১০ বছৰ মাতৃৰ মৃতদেহ ৰাখিছিল ফ্ৰীজত; যেতিয়া ৰহস্য ফাদিল হয়...তেতিয়া ওলাল?

health camp

বাইহাটা চাৰিআলিত মাৰোৱাৰী হাস্পতালৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8