• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শৰীৰৰ বাবে কিয় ভাল বিলাহী ? জানক এটা মাত্ৰ ক্লীকত…

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in অসম, খাদ্যাভাস, জীৱনশৈলী, বিবিধ
1 min read
0
শৰীৰৰ বাবে কিয় ভাল বিলাহী ? জানক এটা মাত্ৰ ক্লীকত…
Share on FacebookShare on Twitter

বিলাহী খাই আমি সকলোৱে ভালপাওঁ ৷ পাচলিৰ ভিতৰত বিলাহী দেখিবলৈ যিমান ধুনীয়া ইয়াৰ উপকাৰিতাও অধিক ৷আপুনি জানেনে বিলাহীৰ উপকাৰিতাৰ বিষয়ে ? আহক আমি বিলাহীৰ উপকাৰিতাৰ বিষয়ে জানো…

বিলাহীৰ উপকাৰিতাঃ

১. আপুনি লগাতকৈ যদি বেছি ভোজন গ্ৰহণ কৰি আছে তেতিয়া হ’লে ভোজন কম কৰিবলৈ বিলাহী খাব পাৰে ৷

২. আপুনি যদি ডায়েটত আছে, বিলাহী খাব পাৰে ৷ বিলাহীত বহুত কমকৈ কেলৰি থকাৰ বাবে ই আপোনাক ডায়েটত সহায় কৰিব ৷

৩. বিলাহীত ছ’ডিয়ামৰ লগতে এন্টি-অক্সিজেন্ট কেমিকেল অৰ্থাৎ  লাইক’পিন্ট প্ৰচুৰ পৰিমানে পোৱা যায় ৷যিয়ে কেঞ্চাৰ ৰোগৰ পৰা আপোনাক উপশম পোৱাত সহায় কৰিব ৷

৪. বিলাহীয়ে আপোনাৰ ছাল সুন্দৰ কৰি তোলাৰ লগতে উজ্জ্বল কৰি তোলাত সহায় কৰে ৷

৫. বিলাহীত ভিটামিন-চি, ভিটামিন-ই থাকে ৷ যি আমাৰ ছালৰ বাবে অতি প্ৰয়োজনীয় ৷

৬. বিলাহীত ভিটামিন-কে খাকে ৷ যিয়ে আমাৰ তেজ পনীয়া কৰাত সহায় কৰে ৷

৭. বিলাহী আমাৰ হৃদৎযন্ত্ৰৰ বাবেও উপকাৰী ৷

৮. বহুমূত্ৰ ৰোগীৰ বাবে বিলাহী অতি উপকাৰী ৷

Tags: tomato
Previous Post

‘আত্মনিৰ্ভৰতা’ ২০২০ বৰ্ষৰ অক্সফ’ৰ্ড হিন্দী শব্দ

Next Post

১১ বছৰীয়া এটি শিশুৱে ইউটিউবৰ পৰা হেকিং শিকি পিতৃকে কৰিলে ধন দাবী

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
১১ বছৰীয়া এটি শিশুৱে ইউটিউবৰ পৰা হেকিং শিকি পিতৃকে কৰিলে ধন দাবী

১১ বছৰীয়া এটি শিশুৱে ইউটিউবৰ পৰা হেকিং শিকি পিতৃকে কৰিলে ধন দাবী

ৰিপুন বৰাৰ ঘৰত জন্ম হোৱা নাতি-পুতিৰ নাম আজমল উপাধিৰে ৰাখকঃ হিমন্ত বিশ্ব শৰ্মা

ৰিপুন বৰাৰ ঘৰত জন্ম হোৱা নাতি-পুতিৰ নাম আজমল উপাধিৰে ৰাখকঃ হিমন্ত বিশ্ব শৰ্মা

ৰাম মন্দিৰ

ৰাম মন্দিৰৰ নামত চান্দা লৈ বিজেপিৰ লোকে সুৰাপান কৰেঃ কংগ্ৰেছ নেতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8