• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 27, 2022
in অসম, সংবাদ, স্বাস্থ্য
1 min read
0
স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা!
Share on FacebookShare on Twitter

স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। উল্লেখ্য যে, স্বাস্থ্য সেৱা সঞ্চালকালয় অসমে গ্ৰেড-৩ (কাৰিকৰী আৰু অ-কাৰিকৰী) আৰু চতুৰ্থ শ্ৰেণীৰ (গ্ৰুপ ডি) পদৰ বাবে নিযুক্তি সম্পৰ্কে এক জাননী প্ৰকাশ কৰিছিল। নিযুক্তিৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ আছিল ২৮ ফেব্ৰুৱাৰী ২০২২।

যি সকলে অন্তিম তাৰিখৰ আগতে ডিএইচএছ অসম খালী পদৰ বাবে আবেদন কৰিছে তেওঁলোকে আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ’ব। বিষয়াসকলে লিখিত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে। ৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা। বানপানীৰ বাবে পিছুৱাই দিয়া হৈছিল পৰীক্ষাৰ সময়সূচী। ইতিমধ্যে জিলা উপায়ুক্তসমূহলৈ জাৰি কৰা হৈছে নিৰ্দেশনা।

Previous Post

আগন্তুক শিক্ষা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকত বড়ো মাধ্যম প্ৰৱৰ্তন

Next Post

নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অপৰাধত মেঘালয়ৰ বিজেপি নেতা বাৰ্নাৰ্ড এন মাৰাকক গ্ৰেপ্তাৰ

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অপৰাধত মেঘালয়ৰ বিজেপি নেতা বাৰ্নাৰ্ড এন মাৰাকক গ্ৰেপ্তাৰ

নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অপৰাধত মেঘালয়ৰ বিজেপি নেতা বাৰ্নাৰ্ড এন মাৰাকক গ্ৰেপ্তাৰ

১ আগষ্টৰ পৰা পুনৰ বাঢ়িব গাখীৰৰ দাম

১ আগষ্টৰ পৰা পুনৰ বাঢ়িব গাখীৰৰ দাম

আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ, ভুৱা গোচৰ ৰুজু কৰি ধন লোৱাৰ অভিযোগ

আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ, ভুৱা গোচৰ ৰুজু কৰি ধন লোৱাৰ অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8