জোনাইত নিৰ্বাচনী ৰণডংকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷
প্ৰাৰ্থিত্ব ঘোষণাৰ পিছত বিজেপিৰ প্ৰথমখন নিৰ্বাচনী সভা জোনাইত ৷
৩০,০০০ কৰ্মকৰ্তা আৰু শুভাকাংশীৰে বিশাল বাইক ৰেলীত অংশগ্ৰহণ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷
দেওবাৰে জোনাইৰ গান্ধী স্কুল খেলপথাৰৰ পৰা চিলাপথাৰ টাউনলৈ এই বিশাল বাইক ৰেলী ৷
টুইটযোগে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে, “মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ আশীৰ্বাদ লৈ মই আজি ৩০,০০০ কৰ্মকৰ্তা আৰু শুভাকাংশীৰ সৈতে জোনাইৰ পৰা চিলাপথাৰলৈ এক বাইক ৰেলীত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছো ৷”
With blessings of Maa Kamakhya, Mahapurush Srimanta Sankardeva and Mahabahu Brahmaputra, I am beginning my campaign today with a bike rally from Jonai to Silapathar with 30000 karyakartas and well wishers at 12 PM.
Please join us 🙏@narendramodi Ji, @AmitShah Ji, @JPNadda Ji pic.twitter.com/92FvmBdnYN— Himanta Biswa Sarma (@himantabiswa) March 7, 2021