অৱেশষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ দিন।
১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১২ মে’ৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা।
শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।
গতে তেওঁ টুইটাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ৭ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব বুলিও সদৰি কৰে।
ANNOUNCEMENT
HSLC & HS examinations,2021 will be conducted as follows
1. HIgh School leaving certificate examination from 11th May.
2. Higher Secondary examination from 12th May
Result of HSLC & HS examinations will be declared within 7th and 30th July respectively— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) January 2, 2021
Photo: Google