• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি; জলসম্পদ বিভাগে বন্ধ কৰিলে খানাজানৰ পানীদুৱাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 20, 2022
in অসম, গুৱাহাটী
1 min read
0
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি; জলসম্পদ বিভাগে বন্ধ কৰিলে খানাজানৰ পানীদুৱাৰ
Share on FacebookShare on Twitter

ৰাজ্যৰ আন আন অঞ্চলৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰিছে। বিশেষকৈ বিগত প্ৰায় ডেৰ সপ্তাহ ধৰি হৈ থকা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ সকলো নৈ – উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইয়াৰ মাজতে যোৱাকালি গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰে সতৰ্কমূলক স্তৰ পাৰ হোৱাৰ পাছত জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ ফালৰ পৰা দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ সংযোগী খানাজানৰ ওপৰত গাড়ীগাঁও – পূব ধাৰাপুৰৰ মাজত থকা একমাত্ৰ পানীদুৱাৰখন ৰবিবাৰে বন্ধ কৰি দিয়া হয়। ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী খানাজানৰে সোমোৱাটো বন্ধ হৈ পৰাত বৃহত্তৰ খানামুখ অঞ্চলকে ধৰি কাষৰীয়া অঞ্চলসমূহ সাময়িক ভাৱে জলমগ্ন হোৱাৰ পৰা ৰক্ষা পৰে।

আনহাতে পানীদুৱাৰখন বন্ধ কৰিলেও যদি আগন্তক দিনত বৰষুণৰ পৰিমাণ বৃদ্ধি পাই তেন্তে দীপৰ বিলৰ পানীভাগ ওফন্দি উঠিব আৰু তেতিয়া দীপৰ বিলৰ বাঢ়নী পানীয়ে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চল পুনৰ বানৰ কবলত পৰাটো নিশ্চিত। অৰ্থাৎ খানাজানৰ পানীদুৱাৰ বন্ধ কৰিলেও বিপদ, খুলি দিলেও বিপদ।

Previous Post

কাৰ্বি পৰিষদৰ নৱ নিৰ্বাচিত CEM আৰু সদস্যসকলৰ আজি শপত গ্ৰহণ

Next Post

১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব যুৱতী!

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব যুৱতী!

১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব যুৱতী!

পুৰস্কাৰ? আজি পুৱাই ৫ AIUDFৰ বিধায়কৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

ৰাজ্যৰ বান পৰিস্থিতিক লৈ উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰ বৈঠক

চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘এৰিডা’ৰ সুৰক্ষামূলক কিট বিতৰণ

চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 'এৰিডা'ৰ সুৰক্ষামূলক কিট বিতৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8