• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘দ্য নাইটিংগল অৱ ইণ্ডিয়া’ৰ ১৪২সংখ্যক জন্মবাৰ্ষিকী উদযাপন

Manoranjan Majumder by Manoranjan Majumder
February 13, 2021
in অসম, ৰাষ্ট্ৰীয়
1 min read
0
sarojini naidu
Share on FacebookShare on Twitter

ভাৰতৰ নাইটিংগল সৰোজিনী নাইডুৰ ওপজা দিনত ভাৰতবৰ্ষই পালন কৰে ৰাষ্ট্ৰীয় নাৰী দিৱস ।

প্ৰতিবছৰে ১৩ ফেব্ৰুৱাৰী দিনটো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে ।

ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল সৰোজিনী নাইডু স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা।

এগৰাকী স্বাধীনতা সংগ্ৰামীৰ উপৰিও সৰোজিনী নাইডু তেখেতৰ সাহিত্যকৰ্মৰ বাবেও বিশ্ব বিশ্ৰুত ।

এইগৰাকী মহান ব্যক্তিৰ শনিবাৰে ১৪২ সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰে দেশে ।

ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰুৰ দৰে ব্যক্তি তেওঁৰ কবিতাৰ গুণমুগ্ধ আছিল ।

সৰোজিনী নাইডুৰ সুন্দৰ কাব্যিক প্ৰতিভাই আকৰ্ষিত কৰে সকলোকে ।

তেখেতৰ গ্ৰন্থ ‘গ’ল্ডেন থ্ৰেছল্ড’ বাবে তেখেতক ‘বুল বোলে হিন্দ’ নামেৰে সন্মানিত কৰা হয় ।

তেখেতৰ অন্য কেইখনমান গ্ৰন্থ হৈছে- ‘দ্য বাৰ্ড অৱ টাইমচ’, ‘দ্য ব্ৰকেন উইংচ’, ‘দ্য মেজিক ট্ৰী’ ইত্যাদি ।

Tags: 142nd birth anniversaryIndianational womens' daysarojini naiduসৰোজিনী নাইডু
Previous Post

বিশ্ব ৰেডিঅ’ দিৱস ২০২১; ‘বিৱৰ্তন, উদ্ভাৱন আৰু সংযোগ’ এই বৰ্ষৰ থিম

Next Post

নিজে এম্বুলেঞ্চ মাতি এম্বুলেঞ্চৰ ভিতৰতে ফাঁচী লগাই আত্মহত্যা আৰক্ষী উপ-পৰিদৰ্শকৰ; কাৰণ কি?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Ambulance

নিজে এম্বুলেঞ্চ মাতি এম্বুলেঞ্চৰ ভিতৰতে ফাঁচী লগাই আত্মহত্যা আৰক্ষী উপ-পৰিদৰ্শকৰ; কাৰণ কি?

accident

ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৮ মহীয়া শিশুসহ ৪ গৰাকীৰ

Firing

কুস্তিৰ আখৰাৰ মাজতে প্ৰশিক্ষক আৰু মল্লযুঁজাৰুৰ মাজত চলিল গুলীয়াগুলী; ৫জনে হেৰুৱালে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8