• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নেহৰু ষ্টেডিয়ামত দুদিনীয়া কাৰ্যসূচীৰে আন্তঃজিলা ছেপাকটাক্ৰো প্ৰতিযোগিতা

Manoranjan Majumder by Manoranjan Majumder
February 5, 2021
in অসম, ক্ৰীড়া, গুৱাহাটী
1 min read
0
sepak takraw
Share on FacebookShare on Twitter

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনদ’ৰ ষ্টেডিয়ামত ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় আন্তঃজিলা ছেপাকটাক্ৰো প্ৰতিযোগিতা ।

নিৰ্মল নুনিচা আৰু যোগেন্দ্ৰ নাৰায়ন গায়নৰ সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় ১৪ সংখ্যক আন্তঃজিলা ছেপাকটাক্ৰো প্ৰতিযোগিতা।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা, প্ৰশাসনিক বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ।

প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ।

অনুষ্ঠানৰ আৰম্ভনিতে নিৰ্মল নুনিচা আৰু যোগেন্দ্ৰ নাৰায়ণ গায়নৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰে উদ্বোধকে ।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে অসম পুলিচৰ লগতে ৰাজ্যৰ ১২ খন জিলাৰ প্ৰায় ১৫ টা প্ৰতিযোগীৰ দলে ।

প্ৰায় ২০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ।

Tags: AssamGuwahatiinter-district championshipsepak takrawছেপাকটাক্ৰো
Previous Post

শিক্ষাখণ্ডৰ সৰ্ববৃহৎ নিযুক্তি সমাৰোহ সৰুসজাই ষ্টেডিয়ামত

Next Post

নদীদ্বীপ মাজুলীত ৰাজ্যৰ প্ৰথমটো হেলিপ’ৰ্ট নিৰ্মাণ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
নদীদ্বীপ মাজুলীত ৰাজ্যৰ প্ৰথমটো হেলিপ’ৰ্ট নিৰ্মাণ

নদীদ্বীপ মাজুলীত ৰাজ্যৰ প্ৰথমটো হেলিপ'ৰ্ট নিৰ্মাণ

rahul

১৪ ফ্ৰেব্ৰুৱাৰীত অসমলৈ আহিব  যুৱৰাজ ৰাহুল গান্ধী

লোকভৱনৰ সন্মুখত ৫জন লোকৰ আত্মজাহৰ চেষ্টা; বাধা দিলে আৰক্ষীয়ে

লোকভৱনৰ সন্মুখত ৫জন লোকৰ আত্মজাহৰ চেষ্টা; বাধা দিলে আৰক্ষীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8