- বতৰ সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ আগজাননী।
- অহা ২৪ ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা।
- অসম, মেঘালয় আৰু অৰুণাচলৰ বিভিন্ন স্থানত হ’ব পাৰে বৰষুণ।
- ২ আগষ্টৰ পৰা ৫ আগষ্টলৈ ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা।
- উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত হ’ব পাৰে ধাৰাসাৰ বৰষুণ।