• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শীঘ্ৰেই শোধন ক্ষমতা বৃদ্ধি হ’ব ডিগবৈ তেল শোধনাগাৰৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 21, 2021
in অসম, প্ৰযুক্তি, ৰাজনীতি
1 min read
0
শীঘ্ৰেই শোধন ক্ষমতা বৃদ্ধি হ’ব ডিগবৈ তেল শোধনাগাৰৰ
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী হৰদ্বীপ এচ পুৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পত্ৰ

ডিগবৈ তেল শোধনাগাৰ সম্প্ৰসাৰণ কৰাৰ সন্দৰ্ভত এই পত্ৰ। ভাৰতৰ তেল নিগম, চমুকৈ IOCL ডিগবৈৰ শোধন ক্ষমতা বাৰ্ষিক ০.৬৫ মিলিয়ন মেট্ৰিক টনৰ পৰা ১ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰিবৰ বাবে কেন্দ্ৰৰ পেট্ৰোলিয়াম মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক জানুৱাৰী মাহত ইয়াৰ জৰীপ সমাপন কৰা হ’ব বুলি জনোৱাৰ লগতে মাৰ্চ মাহৰ পৰাই প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।
আনহাতে ২০২৩ চনৰ অক্টোবৰ‌ মাহৰ ভিতৰত গুৱাহাটী IOCLৰ শোধন ক্ষমতা ১ মিলিয়ন মেট্ৰিক টনৰ পৰা ১.২ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে।
উল্লেখ্য যে, পত্ৰখন ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জনায়।

Previous Post

পানামা কাণ্ডক লৈ ৫ ঘণ্টা জেৰা ঐশ্বর্য্য ৰাইক, ৰাজ্যসভাত ভুবনেশ্বৰ কলিতাৰ প্ৰশ্নত বিব্ৰত জয়া বচ্চন

Next Post

সৰিয়হ ফুলৰ মাজত হাতত ৰং বুলালে শিল্পীয়ে, কাজিৰঙাৰ দৃশ্য

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সৰিয়হ ফুলৰ মাজত হাতত ৰং বুলালে শিল্পীয়ে, কাজিৰঙাৰ দৃশ্য

সৰিয়হ ফুলৰ মাজত হাতত ৰং বুলালে শিল্পীয়ে, কাজিৰঙাৰ দৃশ্য

নাগালেণ্ডত নতুনকৈ তিনিখন জিলা ঘোষণা

নাগালেণ্ডত নতুনকৈ তিনিখন জিলা ঘোষণা

ৰাজ্যত অচিৰেই মুকলি হ’ব প্ৰথমটো চাহ সংগ্ৰহালয়

ৰাজ্যত অচিৰেই মুকলি হ'ব প্ৰথমটো চাহ সংগ্ৰহালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8