• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

Manoranjan Majumder by Manoranjan Majumder
January 1, 2021
in অসম
1 min read
0
বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ নতুন বছৰৰ প্ৰথমটো দিনতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে অইল মাৰ্কেটিং কোম্পানী (HPCL, BPCL, IOC)-য়ে ৷ উল্লেখ্য, কোম্পানীয়ে ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত গেছ চিলিণ্ডাৰৰ দাম দুবাৰকৈ বৃদ্ধি কৰিছিল ৰন্ধন গেছৰ মূল্য ৷ বিগত এমাহত ১০০ টকা বৃদ্ধি হয়। ইয়াৰ পিছত ৰাজসাহায্যবিহীন ১৪.২ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ দাম ৬৪৪ টকাৰ পৰা বৃদ্ধি হৈ ৬৯৪ টকা হৈছিল। অৱশ্যে এইবাৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই। কমাৰ্চিয়েল চিলিণ্ডাৰৰ দামহে বৃদ্ধি কৰা হৈছে।
উল্লেখযোগ্য যে বিগত মাহত কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ দাম ৯১ টকা বৃদ্ধি কৰা হৈছিল। নৱেম্বৰ মাহত ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ উপভোক্তাই ১২৯০ টকাত লাভ কৰিছিল। ১ ডিচেম্বৰৰ পৰা কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ দাম ৯১ টকা বাঢ়িছিল আৰু চিলিণ্ডাৰৰ দাম ১৩৮১.৫০ টকা হৈছিল।

Previous Post

সাংবাদিকৰ সৈতে মত বিনিময় কৰিলে ৰাজ্যিক বি জে পিৰ সভাপতিয়ে

Next Post

নৱবৰ্ষত গ্ৰাহকলৈ বাম্পাৰ অফাৰ কঢ়িয়াই আনিছে জিঅ’-ই

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
নৱবৰ্ষত গ্ৰাহকলৈ বাম্পাৰ অফাৰ কঢ়িয়াই আনিছে জিঅ’-ই

নৱবৰ্ষত গ্ৰাহকলৈ বাম্পাৰ অফাৰ কঢ়িয়াই আনিছে জিঅ’-ই

দৰিদ্ৰলৈ সুলভ মূল্যৰ ঘৰ উপহাৰ; মোদীয়ে ক’লে- আগতে টকা দিলেও পোৱা নাছিল ঘৰ

দৰিদ্ৰলৈ সুলভ মূল্যৰ ঘৰ উপহাৰ; মোদীয়ে ক'লে- আগতে টকা দিলেও পোৱা নাছিল ঘৰ

বৰ্ষৰ শেষৰ দিনটোত সুৰাপান কৰি নাভাঙিল নিচা; চিকিৎসকে জ্বলাই দিলে দোকান-ঘৰ

বৰ্ষৰ শেষৰ দিনটোত সুৰাপান কৰি নাভাঙিল নিচা; চিকিৎসকে জ্বলাই দিলে দোকান-ঘৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8