• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বাইহাটা চাৰিআলিত মাৰোৱাৰী হাস্পতালৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

Manoranjan Majumder by Manoranjan Majumder
January 30, 2021
in অসম
1 min read
0
health camp
Share on FacebookShare on Twitter

বাইহাটা চাৰিআলিত শনিবাৰে মাৰোৱাৰী হাস্পতালে বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে ।

বাইহাটা চাৰিআলিৰ বিহদিয়া অঞ্চলত আয়োজন কৰে এই স্বাস্থ্য শিবিৰটো ।

জেষ্ঠ্য চিকিৎসক ডঃ এন এন শৰ্মা আৰু ডঃ আনিশ্বুল চৌধুৰীয়ে ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ।

১৫০ গৰাকী ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয় শিবিৰত।

জ্বৰ, কাঁহ, গাঠিঁৰ বিষ, মূৰৰ বিষ, পেটৰ বিষ আৰু মধুমেহ আদি ৰোগত আক্ৰান্ত লোকসকলক চোৱাচিতা কৰে চিকিৎসকদ্বয়ে ।

ঔষধৰ বিনামূলীয়া বিতৰণ ,ৰক্তচাপ পৰীক্ষা, ডায়েবেটিক স্ক্ৰীনিং, ওজনৰ পৰীক্ষণ আদিৰ বিনামূলীয়া সেৱা প্ৰদান কৰা হয় লোকসকলক ।

স্বাস্থ্য শিবিৰৰ আয়োজনে ব্যক্তিৰ স্বাস্থ্য তথা স্বাস্থ্যবিধি সন্দৰ্ভত সদায়ে সমাজত এক ইতিবাচক প্ৰভাৱ পেলায় ।

মাৰোৱাৰী হাস্পতালৰ এই প্ৰচেষ্টাই সমাজক অধিক সচেতন আৰু ৰোগ সন্দৰ্ভত ৰোগীক সজাগ কৰি তোলাৰ লগতে সতৰ্কতা অৱলম্বন কৰাত সহায় কৰে ।

ভৱিষ্যতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰি দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰিব মাৰোৱাৰী হাস্পতালে ।

উল্লেখ্য,স্বাস্থ্য শিবিৰত ৰোগীৰ সৈতে ক’ভিড-১৯ সতৰ্কতা সন্দৰ্ভতো আলোচনা কৰে চিকিৎসকে ।

Tags: baihata charialihealth campmarwari hospitalবাইহাটা চাৰিআলিস্বাস্থ্য শিবিৰ
Previous Post

১০ বছৰ মাতৃৰ মৃতদেহ ৰাখিছিল ফ্ৰীজত; যেতিয়া ৰহস্য ফাদিল হয়…তেতিয়া ওলাল?

Next Post

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’; কি ক’লে ৰাইজক…?

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’; কি ক’লে ৰাইজক…?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত'; কি ক'লে ৰাইজক...?

কাইলৈৰ পৰা সলনি হ’ব বহু নিয়ম! প্ৰভাৱ পৰিব আপোনাৰ পকেটটো

কাইলৈৰ পৰা সলনি হ'ব বহু নিয়ম! প্ৰভাৱ পৰিব আপোনাৰ পকেটটো

Foot Bridge

গুৱাহাটীত দুখন ফুটব্ৰীজৰ উদ্বোধন; দিব্যাংগসকলৰ বাবে আছে বিশেষ সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8