• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মেয়ৰ – ডেপুটী মেয়ৰসহ পশ্চিম গুৱাহাটীৰ ১৫ জন পাৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 25, 2022
in অসম, ৰাজনীতি
1 min read
0
মেয়ৰ – ডেপুটী মেয়ৰসহ পশ্চিম গুৱাহাটীৰ ১৫ জন পাৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা
Share on FacebookShare on Twitter

অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত লখৰাৰ সমীপৰ সাউকুছি প্ৰগতিশিল সংঘ প্ৰাংগণত আজি অনুষ্ঠিত এক অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ মৃগেন শৰণীয়া আৰু ডেপুটী মেয়ৰ স্মিতা ৰয়কে পশ্চিম গুৱাহাটীৰ অগপ – বিজেপি মিত্ৰজোঁটৰ ১৫ জন পাৰিষদক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়।

তদুপলক্ষে পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে পৰিষদৰ সভাপতি তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অগপৰ কাৰ্যকৰী সভাপতি আৰু অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই ভাষণ প্ৰসংগত পৌৰ নিগমৰ মিটজোঁটৰ আটাইকেইগৰাকী পাৰিষদক শুভেচ্ছা জ্ঞাপন কৰি অহা পাঁচ বছৰৰ বাবে তেওঁলোকৰ নিজ নিজ ৱাৰ্ডত সৰ্বাংগীন উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ আহ্বান জনায় আৰু এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় – সহযোগিতা আগবঢ়োৱা হব বুলি ব্যক্ত কৰে।

সভাত মেয়ৰ মৃগেন শৰণীয়াই ভাষণত চৰকাৰ – ৰাইজৰ যৌথ সহযোগত গুৱাহাটীৰ উন্নয়নৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰি যাব বুলি সদৰি কৰে। সভাত অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, ৰাজেন চন্দ্ৰ মেধি, পৰেশ বৰুৱা , দিছপুৰ আৰু পূব গুৱাহাটীৰ অগপৰ দুয়োজন নবনিৰ্বাচিত পাৰিষদ আৰু অগপৰ প্ৰায় তিনি শতাধিক কর্মী – সমৰ্থক উপস্থিত থাকে।

Previous Post

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী

Next Post

বৰঝাৰ বিমানকোঠত ‘বেগেজ ৰেপীং’ মেচিনৰ সেৱা আৰম্ভ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বৰঝাৰ বিমানকোঠত ‘বেগেজ ৰেপীং’ মেচিনৰ সেৱা আৰম্ভ

বৰঝাৰ বিমানকোঠত 'বেগেজ ৰেপীং' মেচিনৰ সেৱা আৰম্ভ

শিলসাঁকোৰ পিছত এইবাৰ ঢকুৱাখনাত চলিল প্ৰশাসনৰ বুলডজাৰ

শিলসাঁকোৰ পিছত এইবাৰ ঢকুৱাখনাত চলিল প্ৰশাসনৰ বুলডজাৰ

জম্মু-কাশ্মীৰ আৰক্ষীৰ পদকৰ পৰা আঁতৰিল শ্বেইখ মহম্মদ আব্দুল্লাৰ ফটো

জম্মু-কাশ্মীৰ আৰক্ষীৰ পদকৰ পৰা আঁতৰিল শ্বেইখ মহম্মদ আব্দুল্লাৰ ফটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8