- মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
- ফেৰীৰ ইঞ্জিন বিকল হৈ নদীৰ মাজত আৱদ্ধ মন্ত্ৰীগৰাকী।
- জানিব পৰামতে মন্ত্ৰীগৰাকীৰ লগত আছিল বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত কাবেৰী বি শৰ্মা লগতে ৫০গৰাকী ব্যক্তি।
- মাজুলীৰ কেৰ কেৰ চাপৰিত বানাক্ৰান্ত খবৰ ল’বলৈ পুৱা ভাগত মিচামৰা অঞ্চলৰ পৰা ফেৰীৰে গৈছিল দলটো।