• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টকা নাই কংগ্ৰেছৰ! অটো’ৰে যাত্ৰা সাংসদ গৌৰৱ গগৈৰ

Manoranjan Majumder by Manoranjan Majumder
January 29, 2021
in অসম
1 min read
0
টকা নাই কংগ্ৰেছৰ! অটো’ৰে যাত্ৰা সাংসদ গৌৰৱ গগৈৰ
Share on FacebookShare on Twitter

‘এইবাৰৰ নিৰ্বাচনত দিছপুৰত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব।

বিজেপিতকৈ এখন হ’লেও বেছি আসন পাব কংগ্ৰেছ।’- ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য প্ৰদান কৰে সাংসদ গৌৰৱ গগৈয়ে।

নতুনকৈ গঠন হোৱা আঞ্চলিক দল ‘অসম জাতীয় পৰিষদ’ আৰু ‘ৰাইজৰ দলে’ সহযোগ দিব কংগ্ৰেছক।

২০২১ৰ নিৰ্বাচনত সকলো একগোট হ’ব। বিৰুদ্ধে থাকিব কেৱল বিজেপি।

অসমৰ ৰাইজে দ্বিতীবাৰলৈ নিবিচাৰে বিজেপিৰ চৰকাৰ।

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যথেষ্ট আত্মবিশ্বাসী দেখা গ’ল অসমৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা সাসংদ গৌৰৱ গগৈক।

‘এইবাৰ চৰকাৰ কংগ্ৰেছৰে হ’ব। মুখ্যমন্ত্ৰী হ’ব কংগ্ৰেছৰেই। বিজেপিৰ সকলো মুখা খোল খাইছে।’- এই মন্তব্য সাংসদগৰাকীৰ।

সংবাদমেল শেষ হোৱাৰ পিছত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা গণেশগুৰিলৈ অটো’ৰে যাত্ৰা কৰে গৌৰৱ গগৈয়।

গৌৰৱ গগৈয়ে অটো’চালকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিব বুলিও জনায়।

Photo: Headline8

Tags: AssamGaurav GogoiPressmeetRajiv Bhawaanগৌৰৱ গগৈসংবাদমেল
Previous Post

ৰাজহুৱা পৰিবহণত মহিলা কিমান সুৰক্ষিত? কিয় আজিপৰ্যন্ত সংযোগ কৰা নহ’ল ভি এল ডি টি ?

Next Post

দিল্লী বিস্ফোৰণঃ দায়িত্ব স্বীকাৰ কৰে জঈছ উল হিন্দে

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
Delhi Blast

দিল্লী বিস্ফোৰণঃ দায়িত্ব স্বীকাৰ কৰে জঈছ উল হিন্দে

ATM Thief

চোৰৰ নতুন কৌশল! ATM বিস্ফোৰণ কৰি লুটি লৈ গ'ল টকা

himanta biswa sharma

BREAKING : হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত আহত মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8