• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এইবাৰ কোনো শৰ্মা, কলিতা নাথাকিব..তেওঁলোকৰ সৈতে এইবাৰ থাকিব অবৈধ বাংলাদেশীঃ লুৰীণজ্যোতি গগৈ

Manoranjan Majumder by Manoranjan Majumder
February 1, 2021
in অসম, ৰাজনীতি
1 min read
0
Lurinjyoti-Gogoi
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ ‘বিজেপিয়ে কয় কংগ্ৰেছৰ বি টীম, কংগ্ৰেছে কয় ইউডিএফৰ বি টীম, আমি কাৰো বি টীম, চি টীম নহয়… আমি এ টীম ৷”

এনেদৰে আজি ক্ষোভ উজাৰিলে লুৰীণজ্যোতি গগৈয়ে ৷

বিজেপি তথা অন্য ৰাজনৈতিক দলক প্ৰত্যাহ্বান জনাই তেওঁ আজি এই মন্তব্য কৰে৷ লগতে তেওঁ এই বুলিও কয় যে এইবাৰ অসমত অসম জাতীয় পৰিষদৰ চৰকাৰ হ’ব ৷

এইবাৰ ৰাইজে জাতীয় পৰিষদক ভোট প্ৰদান কৰিব ৷

এইবাৰ যুঁজ হ’ব জাতীয়তাবাদৰ ৷ অসমক কা জাপি দিয়া দলৰ সৈতে এইবাৰ কোনো শৰ্মা, কলিতা, গগৈ তথা অসমৰ ৰাইজ নাথাকিব ৷ তেওঁলোকৰ সৈতে থাকিব কেৱল অবৈধ বাংলাদেশী ৷

যিসকলে অ’তদিনে অবৈধ বাংলাদেশীৰ মোহত ৰাজনীতি কৰি আছে, তেওঁলোকেহে মাথো বি টীমৰ মাজতে সীমাবদ্ধ হৈ থাকিব ৷

সেইকাৰণে তেওঁলোকে অসমৰ জনগণৰ ভৱিষ্যতক লৈ চিন্তিত নহয় ৷

সেয়েহে, অসমত কা জাপি দিছে বিজেপিয়ে আৰু কা জাপি দিয়াৰ সপক্ষে অৰ্থাৎ, ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ বিদেশী অসমত থাকিব পাৰিব বুলি এফিডেভিড দিয়া কংগ্ৰেছ দল বিজেপিৰ মাজত কোনো চৰিত্ৰগত পাৰ্থক্য নাথাকিল ৷

সেয়ে এইবাৰ যুঁজ হ’ব জাতীয়তাবাদ বনাম ৰাষ্টীয় ৰাজনৈতিক শক্তি ৷

 

 

Tags: BJPHimanta Biswa SarmaLurinjyoti Gogoi
Previous Post

বাজেট ২০২১ৰ ২১টা বৃহৎ ঘোষণা; মাত্ৰ এটা ক্লিকত জানিব পাৰিব A to Z

Next Post

প্ৰজ্ঞান ভাৰতী আঁচনি আৰু ভাষা গৌৰৱ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
sarbananda sonowal

প্ৰজ্ঞান ভাৰতী আঁচনি আৰু ভাষা গৌৰৱ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান

প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান

road close

৬ ফেব্ৰুৱাৰীত দেশজোৰা পথ বন্ধ ঘোষণা ভাৰত কিষাণ ইউনিয়নৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8