অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ৰূপম ভূঞা সোমবাৰে বাইক দুৰ্ঘটনাত পতিত হয় ৷
চানডুবিৰ সমীপতে দুৰ্ঘটনাত পতিত হয় কণ্ঠশিল্পীগৰাকী ৷
মূৰ আৰু মুখমণ্ডলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে কন্ঠশিল্পীগৰাকী ৷
মূৰত কেইবাঠাইতো আঘাতপ্ৰাপ্ত হয় ৰূপম ভূঞা ৷