• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সমাগত পশ্চিমবংগ নিৰ্বাচন, চিৰাঙত প্ৰচাৰ অমিত শ্বাহৰ

Manoranjan Majumder by Manoranjan Majumder
February 11, 2021
in অসম, ৰাজনীতি
1 min read
0
amit shah
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আকস্মিক অসম ভ্ৰমণ তথা চিৰাং ভ্ৰমণ কাৰ্যসূচীয়ে চৰ্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত ।

গ্রেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ প্রতিষ্ঠাপক অনন্ত ৰায়ৰ সৈতে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় অমিত শ্বাহ ।

ছাতিপুৰ গাঁৱৰ অনন্ত ৰায়ৰ গৃহত আজি উপস্থিত হয় অমিত শ্বাহ ।

আগন্তুক বিধানসভা নির্বাচনত পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্রেছক ওফৰাই পেলাবলৈ বিজেপিৰ বহু ৰথী-মহাৰথীয়ে ইতিমধ্যে নির্বাচনী প্রচাৰত নামি পৰিছে।

সেই অনুসৰি অমিত শ্বাহৰ ১১ ফেব্ৰুৱাৰীৰ আকস্মিক অসম ভ্ৰমণে অসমৰ ৰাজনীতিৰ বিপৰীতে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ নির্বাচনী ৰণকৌশলে অধিক গুৰুত্ব লাভ কৰিব বুলি অনুমান কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ বিশেষ তৎপৰ হৈ পৰিছে চিৰাং জিলা প্ৰশাসন ।

কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অঞ্চলটোত ।

অমিত শ্বাহৰ আকস্মিক অসম তথা চিৰাং ভ্রমণৰ সময়ছোৱাত নিৰাপত্তাৰ দিশটো নিশ্চিত কৰিবলৈ অনন্ত ৰায়ৰ ঘৰত উপস্থিত হয় দিল্লীৰ পৰা এছ পি জিৰ এটা বিশেষ দল।

এছ পি জি দলটোৰ লগত থাকে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু উপ-আৰক্ষী অধীক্ষক প্রতাপ দাস ।

অনন্ত ৰায়ৰ গৃহত উপায়ুক্ত গৌতম তালুকদাৰ উপস্থিত হৈ নিৰাপত্তাৰ দিশটোৰ বুজ লয় আৰু ঘৰৰ চৌহদটো সজাই-পৰাই তোলাৰ ব্যৱস্থা কৰে ।

কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ ধর্মীয় গুৰু তথা গ্রেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ অন্যতম প্রতিষ্ঠাপক অনন্ত ৰায় ।

উল্লেখযোগ্য যে গ্রেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ সদস্যসকলে পালন কৰা শিৱ চণ্ডী নামৰ ধৰ্মটোৰ ধৰ্মীয় গুৰু অনন্ত ৰায় ।

গ্রেটাৰ কোচবিহাৰ এছ’চিয়েচন নামৰ সংগঠনটোৰ প্রতিষ্ঠাপক হিচাপে পশ্চিমবংগৰ সাতখন জিলাত যথেষ্ট প্রভাৱ আছে ৰায়ৰ ৷

বর্তমান সময়ত সাতখন জিলাৰ প্ৰায় ৮ লক্ষাধিক অনুগামী আছে অনন্ত ৰায়ৰ ।

Tags: Amit ShahAssamAssembly electionchirang districtঅমিত শ্বাহ
Previous Post

ৰামৰ দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কেতিয়া? – পেট্ৰ’লিয়াম মন্ত্ৰীলৈ প্ৰশ্ন

Next Post

সুৰা নিষিদ্ধ ৰাজ্যত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা; নষ্ট কৰিবলৈ আৰক্ষীক লাগিল দুদিন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Liquor in bihar

সুৰা নিষিদ্ধ ৰাজ্যত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা; নষ্ট কৰিবলৈ আৰক্ষীক লাগিল দুদিন

modi

কৃষকৰ পবিত্ৰ আন্দোলনক অপবিত্ৰ কৰি তোলা কোন এওলোক…?

Petrol Price

হোৰাহোৰে বাঢ়িছে পেট্ৰ'লৰ দাম; অসমৰ কোন কোন জিলাত কিমান দাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8