প্ৰাক্তন আই জি পি অমৰেন্দ্ৰ ৰাজকুমাৰৰ দেহাৱসান
সোমবাৰে পৰলোকপ্ৰাপ্তি ঘটে অৱসৰপ্ৰাপ্ত আই জি পি গৰাকীৰ
১৯৭৬ চনতে অসম আৰক্ষীত কৰ্মজীৱনৰ পাতনি মেলিছিল অমৰেন্দ্ৰ ৰাজকুমাৰে ৷
বৰ্ণময় কৰ্মজীৱনত বিভিন্ন পদবীৰে অলংকৃত হৈছে ব্যক্তিগৰাকী
অসম আৰক্ষীত যোগদান কৰাৰ পৰাই অতি নিষ্ঠাৰে জনসাধাৰণৰ বাবে সেৱা আগবঢ়াই গৈছিল অমৰেন্দ্ৰ ৰাজকুমাৰে ৷
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অমৰেন্দ্ৰ ৰাজকুমাৰক