দুৱাৰদলিত বিধানসভা নিৰ্বাচন ৷
সাজু হৈছে প্ৰতিটো দল, প্ৰতিজন নেতা ৷
কি বিজেপি, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল ৷ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷
এতিয়া ব্যস্ত প্ৰতিগৰাকী বিতৰ্কিত নেতা বা সাধাৰণ নেতা ৷
‘ৰূপজ্যোতি কুৰ্মী’ যাৰ নামেই ব্যতিক্ৰমী,কাৰণ- এইগৰাকী নেতা যাৰ নিজৰে আছে এক অসাধাৰণ পৰিচয় ৷
যিগৰাকী নেতা প্ৰায়েই সংবাদ মাধ্যমৰ আলোচনাৰ কেন্দ্ৰ বিন্দু হৈ পৰে ৷
সেয়া হয়টো আপোনালোকে নিজেই জানে ৷
এইবাৰ পুনৰ নিৰ্বাচনৰ পূৰ্বে ব্যতিক্ৰমী ৰূপত দেখা পোৱা গৈছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷
নিজ সমষ্টিৰ ভোটাৰৰ মন জয় কৰিবলৈ ধুতি-পাঞ্জাৱী পিন্ধি সমষ্টিৰ ভোটাৰৰ কাষত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে ব্যতিক্ৰমী বিধায়কগৰাকীয়ে ৷
বিধায়কগৰাকীয়ে পৰিধান কৰা পোছাকৰ দৃশ্যাংশ-