• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আধ্যাত্মিক কাৰ্য-কলাপেৰে আৰম্ভ কৰিলে ইংৰাজী নতুন বৰ্ষটো

Manoranjan Majumder by Manoranjan Majumder
January 1, 2021
in অসম
1 min read
0
আধ্যাত্মিক কাৰ্য-কলাপেৰে আৰম্ভ কৰিলে ইংৰাজী নতুন বৰ্ষটো
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ নতুন বছৰ মানেই এবুকু নতুন আশা, জীৱন জীওৱাৰ নতুন প্ৰত্যাশা । ক’ৰবাত থমকি ৰ’ব খোজা জীৱনটোৱেও যেন পায় নতুন গতি । চিৰপ্ৰৱাহমান সময়ৰ সোঁতত সলনিৰ নতুন সোঁতে সাহসৰ জোৱাৰ নমায় । ন সাহেৰে আগুৱাই যায় জীৱন । জীৱনৰ বাটত ন উছাহেৰে বাট বুলে জীৱনে । চাওতে চাওতে আকৌ এটা ইংৰাজী বছৰে বাগৰ সলালে। ২০২০-ক বিদায় দি বিশ্ববাসীয়ে আদৰিলে ২০২১ বৰ্ষক। সকলোৱে ২০২০ বৰ্ষৰ বিপদ- বিঘিনি,অসুখ-অশান্তি, দুৰ্যোগ দূৰ কৰি নতুন বছৰটো যেন বিশ্ববাসীৰ বাবে হৈ পৰে নতুন আশাৰ বতৰা তাৰে কামনা কৰিছে ।

ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত সকলোকে আন্তৰিক ওলগ জনালোঁ। নতুন বছৰটিয়ে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা।#HappyNewYear2021 pic.twitter.com/uPpM5eU28s

— Sarbananda Sonowal (@sarbanandsonwal) December 31, 2020

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত দেখা গৈছে অগণন লোকৰ ভিৰ। গুৱাহাটী মহানগৰীৰ মঠ-মন্দিৰতো দেখা গ’ল  ইংৰাজী নতুন বছৰটোত বিশ্বলৈ সুখ-শান্তি, প্ৰগতি নামি অহাৰ কামনাৰে ভগৱানৰ চৰণত আশীষ লোৱা দেখা গ’ল অগণন লোকক।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया,
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुख भागभवेत।

I join my family in sending you our finest wishes for the #NewYear. You all be in good health & achieve success in your endeavours 💝

আপোনালোক আটাইৰে বাবে নৱবৰ্ষ শুভ হওক#HappyNewYear2021 pic.twitter.com/63MGSu0hpv

— Himanta Biswa Sarma (@himantabiswa) January 1, 2021

আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমূহ অসমবাসীলৈ জ্ঞাপন কৰিছে ইংৰাজী নৱবৰ্ষৰ শুভকামনা ৷

 

Previous Post

চিবিএছই ব’ৰ্ডৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিন ঘোষণা

Next Post

সাংবাদিকৰ সৈতে মত বিনিময় কৰিলে ৰাজ্যিক বি জে পিৰ সভাপতিয়ে

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
anti caa activist join BJP

সাংবাদিকৰ সৈতে মত বিনিময় কৰিলে ৰাজ্যিক বি জে পিৰ সভাপতিয়ে

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

নৱবৰ্ষত গ্ৰাহকলৈ বাম্পাৰ অফাৰ কঢ়িয়াই আনিছে জিঅ’-ই

নৱবৰ্ষত গ্ৰাহকলৈ বাম্পাৰ অফাৰ কঢ়িয়াই আনিছে জিঅ’-ই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8