উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন গো চিকিৎসালয় অসমৰ ডিব্ৰুগড়ত মুকলি কৰা হয় ৷ গো চিকিৎসালয়খন নাম ৰখা হয় সুৰভি আৰোগ্যশালা ৷ গোপাল অষ্টমীৰ দিনাখন এই চিকিৎসালয় খন লুকলি কৰা হয় ৷ এই গো চিকিৎসালয়খন গোপাল গোশালৰ তৰফৰ পৰা নিৰ্মান কৰা হয় ৷ য’ত নিৰ্মানৰ বাবদ ১৭ লাখ টকা ব্যয় হয় ৷ শ্ৰী গোপাল গোশালৰ মেনেজাৰ নিৰ্মল বেডিয়াই জনায় যে গো চিকিৎসালয়খন গোপাল অষ্টমীৰ দিনাখন গোশালা উদ্ধোধন কৰো হয় ৷ এই গো চিকিৎসালয়খন ৩০ কিলো. মিটাৰ ব্যসাৰ্দ্ধৰ ভিতৰত নিৰ্মান কৰা হয় ৷ গো সেৱাৰ বাবে উত্তৰ-পূৱ ভাৰতৰ এইখনে প্ৰথমখন গো চিকিৎসালয় হিচাপে পৰিগণিত হয় ৷ এই চিকিৎসালয় এতিয়া ৩৬৮ টা গৰু ৰখাৰ হৈছে ৷