• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘আত্মনিৰ্ভৰ ভাৰত’ ৰ অধীনত উত্তৰ-পূবত অইলৰ অভিযান

Manoranjan Majumder by Manoranjan Majumder
February 1, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
oil india limited
Share on FacebookShare on Twitter

ভাৰতৰ দ্বিতীয় বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পৰিসৰ বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে ।

ইতিমধ্যেই প্ৰতিষ্ঠানটোৱে বাংলাদেশ সীমান্তৰ দক্ষিণ ত্ৰিপুৰাত খাৰুৱা তেল উৎপাদনৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

‘আত্মনিৰ্ভৰ ভাৰত’ৰ অধীনত ঘৰুৱাভাৱে উৎপাদন বৃদ্ধিৰ বাবে এই আঁচনি গ্ৰহণ কৰিছে অইলে ।

অসম আৰু অৰুণাচল প্ৰদেশৰ পিছত ত্ৰিপুৰা,মিজোৰামকে ধৰি বাকী ৰাজ্যসমূহতো পৰিসৰ বৃদ্ধি কৰিব প্ৰতিষ্ঠানটোৱে ।

মিজোৰামতো উদঘাটনৰ কাম চলি আছে যদিও এইপৰ্যন্ত খাৰুৱা তেল আৰু প্ৰকৃতিক গেছ উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই ।

উল্লেখ্য, অইল ইণ্ডিয়া লিমিটেডে অসমত বছৰি প্ৰায় ৩.৩ নিযুত মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰে ।

তাৰোপৰি ৮ নিযুত মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ প্ৰতিদিনে উৎপাদন কৰে ।

Tags: Assamnorth-eastoil india limitedঅইল ইণ্ডিয়া কোম্পানীঅসম
Previous Post

গুৱাহাটীত দুখন ফুটব্ৰীজৰ উদ্বোধন; দিব্যাংগসকলৰ বাবে আছে বিশেষ সুবিধা

Next Post

২০২১-২২ বৰ্ষৰ বাজেটত কি কি আছে পলকতে চকু ফুৰাও আহক…

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
২০২১-২২ বৰ্ষৰ বাজেটত কি কি আছে পলকতে চকু ফুৰাও আহক…

২০২১-২২ বৰ্ষৰ বাজেটত কি কি আছে পলকতে চকু ফুৰাও আহক…

Budget

২০২১-২২ কেন্দ্ৰীয় বাজেটঃ কি কি আছে অসমৰ বাবে?

২০২১-২২ বাজেটঃ  কৃষকৰ বাবে কি কি আছে বাজেটত ?

২০২১-২২ বাজেটঃ  কৃষকৰ বাবে কি কি আছে বাজেটত ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8