নিউজ পৰ্টেল ‘প্ৰতিবিম্ব লাইভ’ৰ মুখ্য সম্পাদক আৰু নিউজ এডিটৰক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ।
অসমৰ এগৰাকী মন্ত্ৰীৰ বিষয়ে অশ্লীল নিউজ লিখি আৰক্ষীৰ জিম্মাত এডিটৰ-ইন-চিফ তউফিকুদ্দিন আহমেদ আৰু নিউজ এডিটৰ ইকবাল ।
ইতিমধ্যে দিছপুৰ থানাত POSCO আইনৰ অধীনত 601/2021 under section 509 IPC r/w sec 14/21 ৰ অধীনত ৰুজু হৈছে গোচৰ ।
Editor in Chief of Pratibimba Live Taufiquddin Ahmad and News Editor Iqbal have been arrested and would be taken in custody to investigate conspiracy behind airing such news.
— GP Singh (@gpsinghassam) February 17, 2021
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে দুয়োগৰাকী সাংবাদিকক ।
পাণবজাৰ থানাটো ৰুজু কৰা হৈছে গোচৰ । সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত দুই অভিযুক্ত ।