• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ধেমাজিত ৰাইজৰ দলৰ প্ৰতিনিধি সভা অনুষ্ঠিত

Manoranjan Majumder by Manoranjan Majumder
December 31, 2020
in অসম, ৰাজনীতি
1 min read
0
ধেমাজিত ৰাইজৰ দলৰ প্ৰতিনিধি সভা অনুষ্ঠিত
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ ২০২১ৰ নিৰ্বাচনক সন্মুখত ৰাখি প্ৰস্তুতি আৰম্ভ কৰিছে ৰাইজৰ দলে। বুধবাৰে ৰাইজৰ দলৰ ধেমাজি জিলা সমিতি গঠনৰ উদ্দেশ্যে ধেমাজি প্ৰমোদ ভৱনত দলৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়। এই সভাত ধেমাজি আৰু জোনাই সমষ্টিৰ শতাধিক প্ৰতিনিধি উপস্থিত থাকে।  কেশৱ কৃষ্ণ ছত্ৰধৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ উদ্দেশ্য বাখ্যা কৰে ৰাইজৰ দলৰ ধেমাজি সমষ্টিৰ সম্পাদক বেণুদেৱ নাথে। এই সভাখনত উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজ্যিক সমিতিৰ আহ্বায়ক হৰিকান্ত দাস, অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া নৱ ডেকা বৰুৱা, ৰবি গগৈ, পদ্মেশ্বৰ দিহিঙীয়া, জোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণিৰাম টায়েং, বিলাৰাম পেগু, প্ৰসন্ন বৰা, অৰুণ লাহন, উমেশ দলেকে ধৰি বহু কেইগৰাকী প্ৰতিনিধি।

সভাত ৰাইজৰ দলৰ ৰাজ্যিক সমিতিৰ আহ্বায়ক হৰিকান্ত দাসে বক্তব্যত বিজেপি আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ বিজয় নিশ্চিত বুলি দাবী কৰে। ৰাইজৰ দলে ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক ৰণকৌশল প্ৰস্তুত কৰিছে বুলিও মন্তব্য কৰে হৰিকান্ত দাসে।

Previous Post

বড়ো ভাষাক চৰকাৰৰ সহযোগী ভাষাৰূপে স্বীকৃতি প্ৰদানৰ পিছতে ৰাজ্যজুৰি আনন্দৰ বন্যা

Next Post

মাদ্ৰাছা শিক্ষা বন্ধৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ AIUDF-ৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মাদ্ৰাছা শিক্ষা বন্ধৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ AIUDF-ৰ

মাদ্ৰাছা শিক্ষা বন্ধৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ AIUDF-ৰ

গুৱাহাটীৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পতালে আৰম্ভ কৰিলে গেষ্ট্ৰ’ইণ্টেষ্টিনেল কৰ্কটৰ বাবে উৎসৰ্গিত টিউমাৰ ব’ৰ্ড

গুৱাহাটীৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পতালে আৰম্ভ কৰিলে গেষ্ট্ৰ’ইণ্টেষ্টিনেল কৰ্কটৰ বাবে উৎসৰ্গিত টিউমাৰ ব’ৰ্ড

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে ছাত্ৰ-ছাত্ৰীয়ে বহিব শ্ৰেণীকোঠাত

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে ছাত্ৰ-ছাত্ৰীয়ে বহিব শ্ৰেণীকোঠাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8