• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীৰ সতীৰ্থৰ পুনৰ মিলন সমাৰোহ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 31, 2022
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীৰ সতীৰ্থৰ পুনৰ মিলন সমাৰোহ
Share on FacebookShare on Twitter

অসমৰ জাতীয় অনুষ্ঠান স্বৰূপ আৰু ৰাজ্যৰ ৰাজহুৱা পৰিবহণ খণ্ডৰ একমাত্ৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগম চমুকৈ ASTCৰ অৱসৰপ্ৰাপ্ত বিষয়া – কৰ্মচাৰী সকলৰ সতীৰ্থৰ প্ৰথম বাৰৰ বাবে এখন মিলন সমাৰোহ বৃহস্পতিবাৰে দিনযোৰাকৈ অনুষ্ঠিত হয়। নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা আৰু ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ যৌথ উদ্যোগত নিগমৰ পল্টনবজাৰস্থিত মুখ্য কাৰ্যালয়ৰ লগতে থকা বহুমুখী কাৰ পাৰ্কিঙৰ প্ৰথম মহলাত অনুষ্ঠিত পুনৰ মিলন সমাৰোহৰ লগত সংগতি ৰাখি প্ৰায় ২০০ বিষয়া – কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সভাপতি নীলমণি ফুকনে আৰু উদ্দেশ্য বাখ্যা কৰে কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে।

আনহাতে সভাত ২০০৭ চনত অৱসৰ গ্ৰহণ কৰা নিগমৰ মুখ্য অভিযন্তা পৰেশ দেৱচৌধুৰী, ২০০৫ চনত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী শ্ৰীকান্ত বৰ্মনকে ধৰি কেবাজনো অৱসৰপ্ৰাপ্ত বিষয়া – কৰ্মচাৰীয়ে তাহানি দিনৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে। আনকি কেবাজনো বিষয়া – কৰ্মচাৰীয়ে ৰাজ্যৰ জাতীয় অনুষ্ঠান স্বৰূপ এ এছ টি চিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি নিগমটোক অসমৰ ৰাইজৰ স্বাৰ্থত জীয়াই ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীক আহ্বান জনায়। শেষত শলাগৰ শৰাই আগবঢ়াই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক খৰ্গেশ্বৰ দাসে।

Previous Post

আজি নতুন দিল্লীত কেবিনেট বৈঠক

Next Post

কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
লামডিঙত বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনিজনক আটক

কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান!

ৰঞ্জিত পাটগিৰিৰ কাব্যগ্ৰন্থ ‘ছেফটিপিন’ উন্মোচন

ৰঞ্জিত পাটগিৰিৰ কাব্যগ্ৰন্থ 'ছেফটিপিন' উন্মোচন

ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’

ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ 'ৰুদ্ৰনীল : উত্তৰপুৰুষ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8