নিউজ ডেস্কঃ সক্ৰিয় ৰাজনীতিৰ পথাৰত খোজ নাৰাখে আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷
ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ এই কথা স্পষ্ট কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই
পূৰ্বৰ স্থিতি পুনৰ দোহাৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দলীয় আৰু নিৰ্বাচনী ৰাজনীতিৰ বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমীয়া খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰে।