• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সকলো বিভাগৰ পদৰ বাচনি পৰীক্ষা হ’ব একেলগে

নিউজ ডেস্ক by নিউজ ডেস্ক
December 25, 2021
in অসম, সংবাদ
0
সকলো বিভাগৰ পদৰ বাচনি পৰীক্ষা হ’ব একেলগে
Share on FacebookShare on Twitter

অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তিৰ বাবে ‘দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিছনচ্ ফৰ এনালগাচ্ পোষ্টছ’ বিধেয়কত কালি বিধানসভাই অনুমোদন দিয়ে। এতিয়াৰে পৰা যিকোনো বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাছনি পৰীক্ষা তথা নিযুক্তি প্ৰক্ৰিয়া একেলগে অনুষ্ঠিত হ’ব।
বিধেয়কখন উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘যদিও চৰকাৰে এক লাখ নিযুক্তিৰ কথা কৈছে কিন্তু প্ৰকৃততে ৫০ হেজাৰ পদৰ বাবে আয়োগে প্ৰথমে কাম কৰাৰ সুযোগ পাব। কাৰণ অহা মে’ৰ ভিতৰত আমাৰ ৫০ হেজাৰ নিযুক্তি সম্পূৰ্ণ হৈ যাব। যদিহে আয়োগখন সফল হয় তেন্তে ‌ইয়াৰ কাৰ্যকাল দীঘলীয়া সময়ৰ বাবে বৃদ্ধি কৰা হ’ব। পৰীক্ষামূলকভাৱেহে চৰকাৰে প্ৰথমতে ৫০ হেজাৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো শেষ কৰিব বিচাৰিছে। এই আয়োগ গঠনৰ পাছত সকলো বিভাগৰ বাছনি পৰীক্ষা একেলগে হ’ব । ইউপিএছচিৰ আৰ্হিত প্ৰাৰ্থীয়ে আবেদনপত্ৰত বিভাগবোৰ ক্ৰম অনুসৰি বাছনি কৰিব লাগিব। অৱশ্যে এই আয়োগৰ দ্বাৰা অকাৰিকৰী খণ্ডৰ নিযুক্তিকহে পৰীক্ষামূলক প্ৰক্ৰিয়াটোত সামৰি লোৱা হ’ব।
বিধেয়কখন অনুমোদনৰ পুৰ্বে একাংশ বিধায়কে জিলা ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী জনায়। বিৰোধীৰ কমলাক্ষ্য দে পুৰকায়স্থ, শ্বেৰমান আলী আহমেদ আদিকে ধৰি কে’বাজনো বিধায়কে যুক্তি দৰ্শায় যে জিলা ভিত্তিত বাছনি পৰীক্ষা পাতিলেহে তেনে জিলাবোৰৰ প্ৰাৰ্থীসকল লাভবান হ’ব । প্ৰকাৰান্তৰে পদবোৰ জিলা ভিত্তিত সংৰক্ষণৰ প্ৰস্তাৱ দিয়ে এই বিধায়কসকলে ।
কিন্তু মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তাৱ নাকচ কৰি কয়, ‘সংবিধানে ধাৰ্য কৰি দিয়া অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আদি শিতানতে পদ সংৰক্ষণ হ’ব। জিলা ভিত্তিত সংৰক্ষণৰ কথা আহিব নোৱাৰে।

Previous Post

বালিচৰত ফুলেৰে নিৰ্মাণ বিশাল চান্টা

Next Post

নিজস্ব মুদ্ৰা প্ৰচলন কৰিলে বাংলাদেশৰ সন্ত্ৰাসবাদী আৰছাই

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
নিজস্ব মুদ্ৰা প্ৰচলন কৰিলে বাংলাদেশৰ সন্ত্ৰাসবাদী আৰছাই

নিজস্ব মুদ্ৰা প্ৰচলন কৰিলে বাংলাদেশৰ সন্ত্ৰাসবাদী আৰছাই

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী

অ’মিক্রনত আক্রান্ত ৩৫০ৰো অধিক; নিৰ্বাচন বন্ধ কৰাৰ আহ্বান ন্যায়াধীশৰ

অ’মিক্রনত আক্রান্ত ৩৫০ৰো অধিক; নিৰ্বাচন বন্ধ কৰাৰ আহ্বান ন্যায়াধীশৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8