• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জেষ্ঠ্য কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পত্নী পাৰুল বৰাৰ দেহাৱসান

Himalika Das by Himalika Das
December 13, 2021
in অসম
1 min read
0
জেষ্ঠ্য কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পত্নী পাৰুল বৰাৰ দেহাৱসান
Share on FacebookShare on Twitter

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অকন বৰাৰ পত্নী পাৰুল বৰাই শনিবাৰে নিশা ১০.৩০ বজাত শেষ নিস্বাস ত্যাগ কৰে।দীৰ্ঘদিন ধৰি কিডনিৰ জটিল ৰোগৰ লগতে কভিডতো আক্ৰান্ত হৈ আছিল পাৰুল বৰা। এপল’ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে ইহলীলা সম্বৰন কৰে কংগ্ৰেছৰ যুৱনেতা মানস বৰাৰ মাতৃ পাৰুল বৰা।বৰাৰ মৃত্যুৰ লগে লগে এক শোকাকুল পৰিবেশে বিৰাজ কৰে।

এই খবৰ বিয়পি পৰাৰ লগে লগে APPC জেষ্ঠ্য নেতা অকন বৰাৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ভিৰ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। কালি জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰমেন বৰঠাকুৰৰ লগতে ভালেমান নেতা-কৰ্মী তথা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ গুণমুগ্ধই অন্তিম শ্ৰদ্ধা নিবেদন কৰে মন্ত্ৰীপত্নীগৰাকীলৈ। পাৰুল বৰাৰ মৃত্যুত সাংসদ গৌৰৱ গগৈয়েও শোকপ্ৰকাশ কৰে। কেইবা শতাধিক লোকৰ উপস্থিতিত একমাত্ৰ পুত্ৰ তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মানস বৰাই ধৰ্মীয় ৰীতিনীতিৰে শেষ বিদায়ৰ কাম সম্পন্ন কৰে৷

Previous Post

ফুটবল তাৰকা মাৰাডোনাৰ ঘড়ী চুৰ ওলাল শিৱসাগৰত

Next Post

২১ বছৰৰ পিছত ভাৰতৰ হাতত মিছ ইউনিভাৰ্ছৰ খিতাপ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
২১ বছৰৰ পিছত ভাৰতৰ হাতত মিছ ইউনিভাৰ্ছৰ খিতাপ

২১ বছৰৰ পিছত ভাৰতৰ হাতত মিছ ইউনিভাৰ্ছৰ খিতাপ

বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা স্বাভিমানী কৃষক

বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা স্বাভিমানী কৃষক

কলিয়াবৰত অঘটন! পিতৃৰ চাৰ্ভিচ পিষ্টলৰ গুলী লাগিল ৪ বছৰীয়া পুত্ৰৰ ভৰিত

কলিয়াবৰত অঘটন! পিতৃৰ চাৰ্ভিচ পিষ্টলৰ গুলী লাগিল ৪ বছৰীয়া পুত্ৰৰ ভৰিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8