• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শংকৰদেৱ কলাক্ষেত্ৰত শ্বিলং বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ সম্পন্ন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 12, 2022
in অসম, গুৱাহাটী
1 min read
0
শংকৰদেৱ কলাক্ষেত্ৰত শ্বিলং বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ সম্পন্ন
Share on FacebookShare on Twitter

শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্বিলং বিদ্যালয়ৰ এলুমণি মীট এছ’চিয়েচনৰ উদ্যোগত ১০ ডিচেম্বৰত বিদ্যালয়ৰ প্রাক্তন শিক্ষাৰ্থী সকলৰ পুনর্মিলন সমাৰোহখন গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ বাণীকান্ত কাকতি সভাগৃহত অনুষ্ঠিত হয়।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই সমাৰোহত বিদ্যালয়খনৰ বিভিন্ন বৰ্ষৰ প্ৰায় ৯০ জন প্রাক্তন শিক্ষার্থীয়ে অংশগ্রহণ কৰে। আনহাতে এই উপলক্ষে বিজু ফুকনৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটো সঞ্চালনা কৰে প্ৰতুল ডেকাই। অনুষ্ঠানত ডঃ চন্দন চহৰীয়া, মনিন ৰাজা, ৰাজদ্বীপ বসুমতাৰীকে ধৰি কেবাজনেও এসময়ত অবিভক্ত অসমৰ ৰাজধানী চহৰ শ্বিলঙৰ অসমীয়া লোকসকলৰ মিলনভূমি স্বৰূপ শ্বিলং বিদ্যালয়খনে সকলো জাতি জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ মাজত সমন্বয়ৰ ভেটি সুদৃঢ় কৰিছিল বুলি ব্যক্ত কৰে।

আনকি কেবাজনো প্ৰাক্তন শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ দিনৰ পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। ইফালে কেবাজনো শিক্ষাৰ্থীয়ে গীত – মাত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। বিয়লি অনুষ্ঠানৰ অন্তত সমূহীয়াভাবে ফটো উঠাৰ লগতে বছৰেকত এবাৰ হলেও মিলিত হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

Previous Post

লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Next Post

জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ

জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন

বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’

বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8