নিউজ ডেস্কঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ অভিযুক্ত অক্ষয় চান্দৰ জামিন মঞ্জুৰ ।
আন ৮ অভিযুক্তৰো জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
শাৰিৰীক অসুস্থতাৰ বাবে জামিন পালে অক্ষয় চান্দে ।
অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্তাধিকাৰী অক্ষয় চান্দ ।
বিগত বৰ্ষৰ ২৭ অক্টোৱৰৰ পৰা আৰক্ষীৰ জিম্মাত আছিল অক্ষয় চান্দ ।
কিছুদিনৰ পৰা গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটী হাস্পতালত চিকিৎসাধীন হৈ আছে অভিযুক্তগৰাকী ।