• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিউটিপাৰ্লাৰলৈ যোৱাৰ পূৰ্বে এবাৰ ভাৱক; আপোনাৰ সৌন্দৰ্য্য কাঢ়ি নিব পাৰে পাৰ্লাৰে

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in অসম
1 min read
0
beauti parlour
Share on FacebookShare on Twitter

এটা বিশেষ ফেচবুক পোষ্টে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া ।

বিউটি পাৰ্লাৰত সুন্দৰী হ’বলৈ যোৱা যুৱতী বীভৎস ৰূপ লৈ উভতিল পাৰ্লাৰৰ পৰা ।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিলচৰত ।

শিলচৰৰ লিংক ৰোডৰ সাৰদা পাৰ্লাৰত বিনীতা নাথ নামৰ যুৱতীগৰাকী বলি হৈছে এই ঘটনাৰ ।

বান্ধৱীৰ বিয়াৰ পূৰ্বে পাৰ্লাৰখনত ফেচিয়েল কৰাবলৈ গৈছিল যুৱতীগৰাকী ।

https://headline8.in/as/wp-content/uploads/2021/02/WhatsApp-Video-2021-02-02-at-3.34.32-PM.mp4

মুখত ব্লিছ লগোৱাৰ পিছতেই দুৰ্ভাগ্যজনকভাৱে জ্বলি গৈছিল সমগ্ৰ মুখমণ্ডল ।

ফেচবুক পোষ্টযোগে এই অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে ।

সমগ্ৰ ঘটনাৰ বাবে পাৰ্লাৰখনক জগৰীয়া কৰি এটা ফেচবুক ভিডিঅ’ আপলোড কৰে যুৱতীগৰাকীয়ে ।

ইয়াৰ পিছতে ভাইৰেল হৈ পৰে ভিডিঅ’টো ।

ঘটনাটোৱে এতিয়া চিন্তিত কৰি তুলিছে যুৱতী-মহিলাসকলক।

 

Tags: Assambeautysilcharবিউটি পাৰ্লাৰশিলচৰ
Previous Post

দ্ৰুতগতিৰ সন্ত্ৰাস! ট্ৰাকত খুন্দা গাড়ীৰ; ৩জনে হেৰুৱালে প্ৰাণ

Next Post

হাজোত সন্দেহজনক ৪জনীয়া ইৰাণী গ্ৰুপৰ সদস্য আটক

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
হাজোত সন্দেহজনক ৪জনীয়া ইৰাণী গ্ৰুপৰ সদস্য আটক

হাজোত সন্দেহজনক ৪জনীয়া ইৰাণী গ্ৰুপৰ সদস্য আটক

aatmanirbharta

'আত্মনিৰ্ভৰতা' ২০২০ বৰ্ষৰ অক্সফ'ৰ্ড হিন্দী শব্দ

শৰীৰৰ বাবে কিয় ভাল বিলাহী ? জানক এটা মাত্ৰ ক্লীকত…

শৰীৰৰ বাবে কিয় ভাল বিলাহী ? জানক এটা মাত্ৰ ক্লীকত…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8